--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বৰ্তমান ইলন মাস্ক বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি। তেওঁ এক্স (টুইটাৰ)ৰ দৰে বহু বৃহৎ আৰু আন্তঃৰাষ্ট্ৰীয় কোম্পানী টেছলা আৰু স্পেচএক্সৰ স্বত্বাধিকাৰ ৷ আপোনাৰো মন যায় নে ইলন মাস্কৰ কোম্পানীত কাম কৰিবলৈ ? ইয়াৰ বাবে কি কি অৰ্হতা লাগিব সবিশেষ জানো আহক ৷


Elon Musk's xAI may Selects Memphis for Supercomputer Gigafactory - Global  Brands Magazine

আচলতে ইলন মাস্কক তেওঁৰ এটা কোম্পানীৰ বাবে এআই প্ৰশিক্ষক প্ৰয়োজন। ইলন মাস্কে তেওঁৰ আৰ্টিফিচিয়েল ইনটেলিজেন্স (এআই) কোম্পানী xAI ৰ বাবে এআই প্ৰশিক্ষকৰ সন্ধান কৰি আছে। এক প্ৰতিবেদন অনুসৰি ইলন মাস্কৰ এই এআই কোম্পানীত কৰ্মৰত এআই প্ৰশিক্ষকসকলে ভাৰতীয় টকাত প্ৰতি ঘণ্টাত ৫০০০ টকা লাভ কৰিব।

এই চাকৰিসমূহৰ বাবে প্ৰাৰ্থীসকলে এই ভাষাসমূহৰ ভিতৰত কমেও দুটা ভাষা জানিব লাগিব, য’ত কোৰিয়ান, ভিয়েটনামী, চীনা, জাৰ্মান, ৰাছিয়ান, ইটালীয়, ফৰাচী, আৰবী, ইণ্ডোনেছিয়ান, তুৰ্কী, হিন্দী, পাৰ্চী, স্পেনিছ আৰু পৰ্তুগীজ আদি ভাষা অন্তৰ্ভুক্ত।


এই চাকৰিৰ বাবে এআই প্ৰশিক্ষকসকলক প্ৰতি ঘণ্টাত ৩৫-৬৫ ডলাৰ অৰ্থাৎ প্ৰায় ৫০০০ টকা দৰমহা দিয়া হ’ব আৰু এই চাকৰিবোৰ দূৰৱৰ্তী আৰু পূৰ্ণকালীন হ’ব।
xAI, Elon Musk's OpenAI rival, is closing on $6B in funding and X, his  social network, is already one of its shareholders | TechCrunch

ইলন মাস্কৰ লক্ষ্য হৈছে xAI দ্ৰুতগতিত বিকশিত কৰা আৰু বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে বুজাবুজি বৃদ্ধি আৰু উন্নত কৰা। ইয়াৰ বাবে তেওঁ ছ’চিয়েল মিডিয়া এক্সত তেওঁৰ জেনেৰেটিভ এআই প্ৰগ্ৰেম গ্ৰ’ক আৰম্ভ কৰিছে, য’ত ৰাজহুৱা টুইটসমূহ ডাটা প্ৰশিক্ষণৰ বাবে ব্যৱহাৰ কৰা হ’ব।

উল্লেখ্য যে এইটো প্ৰথম কোম্পানী নহয়, যিয়ে ইংৰাজী ভাষাৰ বাবে দ্ৰুতগতিত ডাটা এনোটেটৰ নিযুক্তি দিছে। ইয়াৰ পূৰ্বে স্কেল এআইয়েও বাংলা আৰু উৰ্দুৰ দৰে ভাষাৰ বাবে ৬০টাতকৈও অধিক চাকৰিৰ বিজ্ঞাপন দিছিল, কাৰণ এই ভাষাসমূহত ইণ্টাৰনেটত লিখিত বিষয়বস্তু কম।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ