--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক গ্ৰেপ্তাৰ কৰাৰ পাছত সমগ্ৰ পাকিস্তানত টুইটাৰ, ফেচবুক আৰু ইউটিউব বন্ধ হৈ পৰে। সমগ্ৰ পাকিস্তানত ইণ্টাৰনেট বন্ধ।বুধবাৰে (১০ মে’) ইমৰাণ খানক আদালতত হাজিৰ কৰা হ’ব আৰু ৰিমাণ্ড বিচৰা হ’ব আৰু যদি ৰিমাণ্ড দিয়া হয় তেন্তে ইমৰাণক সিন্ধ বা বেলুচিস্তানৰ গোপন স্থানত ৰাখিব পাৰিব।

ইছলামাবাদ আৰক্ষীয়ে জনোৱা মতে, ৰাজধানী চহৰত বিক্ষোভৰ সময়ত ৫ জন আৰক্ষী বিষয়া আহত হোৱাৰ বিপৰীতে আইন উলংঘা কৰাৰ অপৰাধত ৪৩ জন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।ৰাৱালপিণ্ডিত সেনা মুখ্য কাৰ্যালয়ৰ সমীপত অশান্তিপূৰ্ণ জনসমাগমৰ ওপৰত সেনাই গুলীচালনা কৰে। কুৱেটাত পিটিআইৰ এজন কৰ্মীকো গুলীচালনা কৰা হয়। বহু লোকৰ হতাহতিৰ খবৰ।

ইমৰাণ খানক গ্ৰেপ্তাৰ কৰাৰ পিছত পাকিস্তানৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ পাকিস্তানত মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে।প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক গ্ৰেপ্তাৰ কৰাৰ পিছত পাকিস্তানৰ পৰিস্থিতি নিয়ন্ত্ৰণহীন হৈ পৰিছে। পাকিস্তানত গুলীচালনাৰ নিৰ্দেশ দিয়া হৈছে সেনাবাহিনীক।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস