--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অমিতাভ বচ্ছনৰ নাতিবোৱাৰী হ’বলৈ উলাইছে শ্বাহৰুখ কন্যা চুহানা। শেহতীয়াকৈ চুহানাৰ স’তে বচ্ছনৰ নাতি অগ্যস্ত নন্দাৰ নাম সাঙোৰ খাই পৰিছে। তাৰপাছতে আৰম্ভ হৈছে তীব্ৰ চৰ্চা।

দুয়োজন ষ্টাৰ কিডে জয়া আখটাৰৰ নতুন চিৰিজ 'দ্য আৰ্চিছ'ত একেলগে অভিনয়ো কৰিছে। শ্বুটিং ফ্লোৰৰ পৰা ঘৰত দুপৰীয়াৰ আহাৰলৈকে – তেওঁলোকক একেলগে দেখা পোৱা গৈছে। চুহানাক খ্ৰীষ্টমাছত কাপুৰ পৰিয়ালৰ মধ্যাহ্নভোজনতো দেখা গৈছিল। তাত বচ্ছন পৰিয়ালৰ শ্বেতা বচ্চন নন্দা, নব্যা নভেলী নন্দা আৰু অগস্ত্যৰ সৈতে চুহানাক একেখন গাড়ীৰ পৰা নামি অহা দেখা গৈছিল।

বচ্ছন পৰিয়ালৰ স’তে শ্বাহৰুখ কন্যাৰ এই নিবিড় সম্পৰ্ক কি সেই লৈ চৰ্চা চলিছে। মূলতঃ জয়া আখটাৰৰ চিৰিজটোৰ পৰাই চুহানা-অগ্যস্ত বন্ধুত্বই গঢ় লৈছেো। দুয়োজনে সৰুৰে পৰা ইজনে সিজনক চিনি পায়। তেওঁলোকৰ বিভিন্ন মুহূৰ্ত ফটোগ্ৰাফাৰৰ কেমেৰাতো বন্দী হৈছে।

অৱশ্যে তাৰকা সন্তান দুগৰাকীয়ে এতিয়ালৈকে এই বিষয়ে একো প্ৰকাশ কৰা নাই। কিন্তু অগষ্ট্যৰ মাক শ্বেতা চুহানা-অগ্যস্তৰ বন্ধুত্বতৰ বাবে বহুত সুখী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক