--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰথমবাৰৰ বাবে দেখা গ’ল প্ৰিয়ংকা চোপ্ৰা-নিক জোনাছৰ কন্যা মালতীৰ মুখ। বুধবাৰে ইনষ্টাগ্ৰামযোগে অভিনেত্ৰীগৰাকীয়ে মালতীৰ মুখৰ এছোৱা অংশ শ্বেয়াৰ কৰিছে।

উল্লেখ্য যে চলিত বৰ্ষৰ জানুৱাৰী মাহত চাৰোগেচিৰ মাধ্যমত জন্ম হৈছিল মালতীৰ। অনেক বিপদ পাৰ কৰি তাৰকা দম্পত্তিহালে মালতীক প্ৰতিপাল কৰিছে। নিজৰ কন্যা আৰু স্বামীৰ স’তে এতিয়া প্ৰিয়ংকাৰ সুখৰ সংসাৰ।

মালতীৰ জন্মৰ পাছত প্ৰিয়ংকাই বিভিন্ন সময়ত জীয়েকৰ ফটো সামাজিক মাধ্যমত শ্বয়াৰ কৰিছে যদিও সেইসমূহত মালতীৰ মুখখন প্ৰদৰ্শন কৰা নাছিল। মুখখন একোটা ইমোজিৰে ঢাকি ৰখা হৈছিল।



কিন্তু শেহতীয়া ছৱিখনত কন্যাৰ মুখৰ এছোৱা প্ৰদৰ্শন কৰিলে প্ৰিয়ংকাই। মালতীৰ গুলপীয়া গাল, ওঁঠখন দেখা গৈছে, চকু দুটা টুপিৰে ঢকা। ছৱিখন দেখি বুজি পোৱা গৈছে যে মালতী শুই থাকোতে ফটোখন তোলা হৈছিল।

প্ৰিয়ংকাৰ কন্যাৰ ছৱি দেখি অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকলৰ মাজত উখল-মাখলৰ সৃষ্টি হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক