--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্তানক নিজৰ মতেই ডাঙৰ হোৱাটো বিচাৰে আলিয়া ভাটে। বলিউডৰ অভিনেত্ৰীগৰাকীয়ে নিবিচাৰে যে তেওঁৰ নৱজাত সন্তানৰ জীৱনযাত্ৰাত কোনোধৰণৰ বাহ্যিক প্ৰভাৱ পৰক

এমাহ পূৰ্বে মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিছে আলিয়াই। এমাহৰ পাছতো জনচক্ষুৰ আঁৰত ৰখা হৈছে নৱজাত কন্যাসন্তানক। কি নাম ৰখা হ’ব সেই লৈও অনুৰাগীমহলৰ মাজত ব্যাপক চৰ্চা চলিছে।

শেহতীয়াকৈ এটা সাক্ষাৎকাৰত নিজৰ সন্তানৰ বিষয়ে অনুভৱ ব্যক্ত কৰিছে আলিয়াই।  কয় যে সন্তানক সংবাদমাধ্যমৰ সমুখলৈ অনাৰ বিষয়টোক লৈ এতিয়ালৈকে দোমোজাত আছে তেওঁ। আলিয়াই নিবিচাৰে যে সন্তানৰ জীৱনত কোনোধৰণৰ অযাচিত অনুপ্ৰৱেশ ঘটক।

''মই এইটো জীৱন বাছি লৈছো মোৰ বাবে, কিন্তু ভৱিষ্যতে মোৰ পথত সন্তান নাযাবও পাৰে।’’- আলিয়াৰ দৰে তেওঁৰ সন্তানেও অভিনয়কে পেছা হিচাপে ল’ব নেকি সোধা প্ৰশ্নৰ উত্তৰত আলিয়াই কয়।

''মই মোৰ সন্তানক লৈ কোনো আগতীয়া পৰিকল্পনা কৰা নাই। এতিয়ালৈকে মই একো ভবা নাই। মোৰ সন্তান নিজৰ মতেই ডাঙৰ হওক।’’- আলিয়াই কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement