--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি অৰ্থাৎ ২৭ এপ্ৰিলত জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ বিৰুদ্ধে খেলিব ৰাজস্থান ৰয়েলছ (আৰ আৰ)য়ে।যোৱা দুখন খেলত একেৰাহে দুখনকৈ পৰাজয়ৰ পিছত আৰ আৰয়ে পুনৰ জয়ৰ পথত আগবাঢ়িবলৈ বিচাৰিব। সঞ্জু চেমছন নেতৃত্বাধীন দলটোৱে এই পৰ্যন্ত ৭খন খেলৰ ভিতৰত চাৰিখন জয়ৰ বিপৰীতে তিনিখন খেলত পৰাস্ত হৈছে।

এছ আৰ এইচৰ বিৰুদ্ধে ছিজনৰ প্ৰথমখন খেলত আৰ আৰে আধিপত্য বিস্তাৰ কৰিছিল যদিও দ্বিতীয়খন খেলত পি বি কে এছৰ হাতত ৫ ৰাণত পৰাস্ত হৈছিল। পঞ্জাব কিংছৰ বিৰুদ্ধে পৰাজয়ৰ পৰা উভতি আহি গুৱাহাটীত দিল্লী কেপিটেলছক ৫৭ ৰানত পৰাস্ত কৰে ৰয়েলছ দলে। ৰিভাৰ্ছ ফিক্সাৰত চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ খেলখনত ৰাজস্থান ৰয়েলে চেন্নাই ছুপাৰ কিংছক ৩ ৰাণত পৰাস্ত কৰে।

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত বর্তমানৰ চেম্পিয়ন গুজৰাট টাইটানছক ৩ উইকেটত পৰাস্ত কৰি আৰ আৰ এ একেৰাহে তিনিটা জয় লাভ কৰে৷ এই ছিজনত জয়পুৰত অনুষ্ঠিত হোৱা প্ৰথমখন খেলত আৰ আৰ এল এছ জিৰ হাতত সংকীৰ্ণভাৱে পৰাস্ত হয় কাৰণ এল এছ জিৰ অনুশাসিত বলিং ইউনিটে আৰ আৰক ১৫৫ ৰানৰ লক্ষ্যত উপনীত হোৱাত বাধা দিছিল আৰু অৱশেষত আৰ আৰ ১০ ৰানত খেলখন হেৰুৱাইছিল। যোৱা টাইম আউটত বাংগালুৰুত ১৯০ ৰানৰ লক্ষ্য খেদিব নোৱাৰাৰ বাবে আৰ চি বিৰ হাতত ৭ ৰানত পৰাস্ত হৈছিল।

আজি আৰ আৰে তেওঁলোকৰ ইমপেক্ট প্লেয়াৰ বিকল্পৰ বাবে ৰিয়ান পৰাগ, এম অশ্বিন, কুলদীপ সেনৰ ওপৰত নিৰ্ভৰ কৰিব।












FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ