--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আফগানিস্তানৰ বিৰুদ্ধে দ্বিতীয়খন টি-২০ মেচ হ’ব ইন্দোৰত। ভাৰতীয় দলৰ ক্ৰিকেটাৰসকলে মোহালীৰ পৰা তাত উপস্থিত হৈছে। শনিবাৰে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে এই ভিডিঅ’টো মুকলি কৰে। দেখা যায় যে ভাৰতীয় দলৰ ক্ৰিকেটাৰসকলে কোনটো খাদ্য তেওঁলোকৰ প্ৰিয় বুলি কৈছে। তাৰ লগতে দলৰ আটাইতকৈ ধেমেলীয়া ক্ৰিকেটাৰজনৰ নামো উল্লেখ কৰে।

প্ৰথম টি-২০ত ভাৰতে ৬ উইকেটত জয়লাভ কৰে। ইন্দোৰৰ হোলকাৰ ষ্টেডিয়ামত দেওবাৰৰ খেল। তাত খেলিবলৈ নামি অহাৰ আগতে ভাৰতীয় ক্ৰিকেটাৰসকলে কৈছিল যে ইন্দোৰত তেওঁলোকৰ প্ৰিয় খাদ্য হৈছে ‘পোহা’। এই খাদ্য ভাৰতৰ বিভিন্ন ৰাজ্যত উপলব্ধ। বেছিভাগ খেলুৱৈয়ে এই খাদ্য খোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে।

ভাৰতীয় দলত আছে মধ্যপ্ৰদেশৰ আবেশ খান। ভিডিঅ'টোত আবেছে কোৱা শুনা গৈছে, "মোৰ চহৰ ইন্দোৰলৈ স্বাগতম।" দলৰ সকলোৰে মতে আবেশ বৰ ধেমেলীয়া ল’ৰা। তেওঁ এনেকুৱা এটা কথা ক’লে যিয়ে সকলোকে হাঁহিবলৈ বাধ্য কৰালে।দেওবাৰে দ্বিতীয়খন মেচত জয়ী হ’বলৈ ভাৰতে শৃংখলাত ২-০ গ’লত অগ্ৰগতি লাভ কৰিব। তিনিখন মেচৰ শৃংখলাত ভাৰতে জয়ৰ আশ্বাস লাভ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক