--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনিবাৰে টেষ্ট ক্ৰিকেটত বীৰেন্দ্ৰ ছেহৱাগৰ অভিলেখ ভংগ হয়। ৰাঁচী টেষ্টৰ প্রথম ইনিংছত যশস্বীয়ে ১১৭টা বলত ৭৩ ৰানৰ ইনিংছ খেলিছিল৷ তেওঁ ৮ চাৰি আৰু ১ ছয়ৰে নিজৰ ইনিংছ সজাইছিল। সেয়া এক নতুন নজিৰ।

কেলেণ্ডাৰ বৰ্ষত ভাৰতীয় ক্ৰিকেটাৰৰ মাজত টেষ্টত সৰ্বাধিক ছয়ৰ অভিলেখ আছে ছেহৱাগৰ নামত। ২০০৮ চনত প্ৰাক্তন অ’পেনাৰগৰাকীৰ বেটৰ পৰা ২২টা ছয় দেখা গৈছিল। শনিবাৰে ৰাঁচীত ২০২৪ চনত ২৩ সংখ্যক টেষ্ট ছয় মাৰে যশস্বীয়ে। 

চলিত বৰ্ষৰ ৫৫ সংখ্যক দিনত ছেহৱাগৰ সৰ্বাধিক ছয়ৰ অভিলেখ ভংগ কৰে যুৱ বেটছমেনগৰাকীয়ে। বছৰটোত এতিয়াও ৩১১ দিন বাকী আছে। 

২০০৮ চনত ১৪খন টেষ্টৰ ২৭ ইনিংছত ২২টা ছয় সংগ্ৰহ কৰিছিল ছেহৱাগে। পাঁচখন টেষ্টৰ নৱম ইনিংছত যশৱীয়ে সেই অভিলেখ ভংগ কৰে। শনিবাৰে ইংলেণ্ডৰ স্পিনাৰ শ্বোৱেইব বছিৰক ছয় ৰানত আঘাত কৰি যশস্বৱীয়ে নতুন নজিৰ গঢ়ি তুলিছিল।

এই তালিকাৰ তৃতীয় স্থানলৈ অৱনমিত হয় ঋষভ পন্ত। ২০২২ চনত টেষ্ট ক্ৰিকেটত তেওঁ ২১টা ছয় কৰিছিল। চতুৰ্থ স্থানত আছে ৰোহিত শৰ্মা। ভাৰতীয় দলৰ অধিনায়কে ২০১৯ চনত ৰেডবল ক্ৰিকেটত ২০টা ছয় মাৰে। তালিকাৰ পঞ্চম স্থানত আছে মায়ংক আগৰৱালা। ২০১৯ চনত তেওঁ টেষ্টত ১৮টা ছয় কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক