--°C
Loading...
Listen to Article
2 min read
80%

জনপ্ৰিয় গায়িকা নেহা কক্কৰৰ ‘নাৰাজগী...’ শীৰ্ষক মিউজিক ভিডিঅ’টো ইণ্টাৰনেটত মুক্তিলাভ কৰে৷ এই মিউজিক ভিডিঅ’টোৱে বিপদত পেলালে গায়িকাগৰাকীক৷

ডিজিটেল ডেস্ক : শেহতীয়াকৈ মুক্তিলাভ কৰা মিউজিক ভিডিঅ’ই বিপদত পেলাইছে জনপ্ৰিয় গায়িকা নেহা কক্কৰক৷ জানিব পৰা মতে, অলপতে মুক্তি লাভ কৰিছিল নেহা কক্কৰে কণ্ঠদান কৰা ‘নাৰাজগী...’ শীৰ্ষক মিজউক ভিডিঅ’টো৷ এই মিউজিক ভিডিঅ’টোৰ সন্দৰ্ভত ইনষ্টাগ্ৰামত কিছু কথা ব্যক্ত কৰি এটি পোষ্টো কৰিছিল তেওঁ। কিন্তু ভিডিঅ’টো মুক্তিলাভ কৰাৰ পাছতেই ইণ্টাৰনেটত সমালোচনাৰ সন্মুখীন হয় গায়িকাগৰাকী৷ আচলতে গীতটিত থকা এটি ৰিলিক্সে বিচলিত কৰি তুলিছিল তেওঁৰ অনুৰাগীসকলক৷ এই গীতটিৰ বাবে ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰিছিল বহুজনে। নেহাৰ নতুন মিউজিক ভিডিঅ’টোৰ এটি লিৰিক্স অনুসৰি ' 'I feel so lonely, lonely without you baby!' ' গীতটোৰ সন্দৰ্ভত এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছে, 'ইমান জোৰদাৰ ভুৱা ইংৰাজী উচ্চাৰণ।' আন এজন ব্যৱহাৰকাৰীয়ে লিখিছিল, "অত্যধিক বিৰক্তিকৰ অটোটিউন অত্যধিক উচ্চ যেন লাগিছে৷' আনএজনৰ মতে, 'আপুনি আনকি হিন্দীতেই ভালকৈ গাবলৈ নোৱাৰে আৰু আপুনি এটা ইংৰাজী গান চেষ্টা কৰি আছে।' আন এজন ব্যৱহাৰকাৰীয়ে লিখিছিল, 'দুৱা লিপা হ'বলৈ চেষ্টা কৰিছিল কিন্তু হ'লগৈ 'টনি কক্কৰ' ৷ মিউজিক ভিডিঅ'টো, নেহাই নিজে গীতটি দৰ্শকৰ বাবে প্ৰদৰ্শন কৰা দেখা যায়৷ এখন সুকোমল পালেঙত বহি গীতটে গাই আছিল। নেহাই ভিডিঅ'টোত এখন ৰঙা শাৰী পৰিধান কৰিছিল৷ এই শাৰীখনেৰে চালে চকুৰোৱা হৈ পৰিছিল গায়িকাগৰাকী। গানটোত অক্ষয় অবেৰয়ও অভিনয় কৰিছে। গীতটোৰ কথাবোৰ সোনল প্ৰধানে লিখিছে আৰু ৰচনা কৰিছে। নেহা আৰু অক্ষয়ে এজনী যুৱতীৰ কাহিনী উপস্থাপন কৰিছে যিয়ে ভিডিঅ’টোত তেওঁৰ প্ৰাক্তন প্ৰেমিকৰ সৈতে কথা পাতিবলৈ যথাসাধিকাৰ চেষ্টা কৰিছে। [caption id="attachment_134686" align="aligncenter" width="300"] ছ'চিয়েল মিডিয়াত ট্ৰ’ল[/caption] নেহাৰ স্বামী ৰোহনপ্ৰীত সিঙে তেওঁৰ লেডীলাভৰ নতুন গানটোৰ প্ৰশংসা কৰিছিল। তেওঁ ইনষ্টাগ্ৰামত মিউজিক ভিডিঅ'টোৰ এটা ভিডিঅ' ক্লিপ শ্বেয়াৰ কৰিছিল আৰু লিখিছিল, 'জাষ্ট ৱাও!! ❤মই তোমাৰ আৰু এই গানটোৰ প্ৰেমত আকৌ পৰিছোঁ!! ❤' গায়িকাগৰাকীৰ ভাতৃ টনি কক্কৰেও এনেদৰে মন্তব্য কৰিছিল, 'আনন্দ ❤'৷ কিন্তু নেহাক কৰা এই সমালোচনাক কেনেদৰে গ্ৰহণ কৰিব নেহাই৷ নে সকলো এৰাই চলি নিজৰ মাজতে বিলীন হ'ব নেহা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু