--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্যক্তিগত সম্পৰ্ক আৰু বলীউড উদ্যোগৰ তাৰকা-খচিত অভিনেতা আৰু অভিনেত্ৰীসকলৰ কিছুমান কাৰ্যকলাপ কেতিয়াবা ট’প ট্ৰেণ্ডিং হৈ পৰে। গ্লেমাৰ জগতৰ তাৰকাসকলে ক’ত, কেতিয়া, কি কৰিব তাকে জানিবলৈ অনুৰাগীয়ে কাণ উনাই থকা দেখা যায়। বলীউডৰ অন্যতম তাৰকা যুটি হৈছে ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট। দুই তাৰকাৰ প্ৰেমকাহিনীৰ বিষয়েও সকলোৱে অৱগত। বলীউডৰ বিখ্যাত অভিনেতা ৰণবীৰ কাপুৰে ১৪ এপ্ৰিলত আলিয়া ভাটৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। শেহতীয়াকৈ, বিবাহৰ এমাহৰ ভিতৰতে কাপুৰ পৰিয়াললৈ আনিছে ভাল খবৰ।

বিবাহৰ পিছৰে পৰা ছ’চিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দুত আছে আলিয়া ভট্ট আৰু ৰণবীৰ কাপুৰ। চকুৰ পলকতে সৰু সৰু পোষ্টবোৰ ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে। ইয়াৰ মাজতে আলিয়াৰ বিষয়ে এটা খবৰ ওলাইছে। এই খবৰে আচৰিত কৰি তুলিছে অনুৰাগীক। 

দৰাচলতে আলিয়াৰ ইনষ্টাগ্ৰামত প্ৰকাশ পোৱা এখন আলোকচিত্ৰ এতিয়া এই সকলো জল্পনাৰ সৃষ্টি কৰা দেখা গৈছে। অতিশীঘ্ৰে অভিনেত্ৰীগৰাকী মাতৃ হ'ব পাৰে বুলি অনুমান কৰিছে অনুৰাগীয়ে। এই খবৰ প্ৰকাশৰ পাছতে ইণ্টাৰনেটত বিষয়টোক লৈ হৈছে তুমুল চৰ্চা। এই সন্দৰ্ভত অৱশ্যে তাৰকা দম্পতীয়ে কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ