--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ ইতিহাসত গঢ়িলে পিটি ঊষাই। এইবাৰ ট্ৰেকত নহয়, দেশৰ অলিম্পিক সংস্থাৰ প্ৰথমগৰাকী মহিলা সভাপতি হিচাপে নিৰ্বাচিত হ’ল প্ৰাক্তন ক্ৰীড়াবিদগৰাকী। শনিবাৰে বিনা প্ৰতিদ্বন্দ্বিতাৰে সভাপতি নিৰ্বাচিত হয় ঊষা। 

উল্লেখ্য যে ভাৰতৰ অলিম্পিক সংস্থাৰ সভাপতি নিৰ্বাচন আছিল ১০ ডিচেম্বৰত। ২৭ নৱেম্বৰত মনোনয়ন জমা দিয়াৰ শেষ তাৰিখ আছিল। নিৰ্বাচক কমিটিয়ে জনাইছিল যে ঊষাৰ বাদে আন কোনো প্ৰাৰ্থীয়ে মনোনয়ন দিয়া নাই। সেইবাবেই বিনা প্ৰতিদ্বন্দ্বিতাৰে সভাপতি হোৱাটো নিশ্চিত হৈ পৰে ঊষাৰ।

উল্লেখ্য যে পিটি ঊষা ভাৰতৰ অন্যতম এগৰাকী শ্ৰেষ্ঠ ক্ৰীড়াবিদ। ১৯৮২ চনৰ পৰা ১৯৯৪ চনলৈকে এছিয়ান গেমছত ১১টাকৈ পদক জিকিছিল ঊষাই। তাৰ ভিতৰত চাৰিটা আছিল সোণৰ পদক।

১৯৬৪ চনত কেৰেলাৰ কোঝিক’ডেত জন্ম লাভ কৰা পিটি ঊষাক ‘ভাৰতৰ ট্ৰেক আৰু ফিল্ড ৰাণী’ হিচাপেও আখ্যা দিয়া হয়। ক্ৰীড়ানৈপুন্যতাৰ বাবেই তেওঁক পদ্মশ্ৰী আৰু অৰ্জুন বঁটাৰেও সন্মানিত কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক