--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চেন্নাই ছুপাৰ কিংছৰ অনুৰাগীৰ বাবে মহেন্দ্ৰ সিং ধোনীক ‘থালা’ বুলি জনা যায়। এই শব্দৰ অৰ্থ তেলেগু ভাষাত ‘বিগ ব্ৰাডাৰ’। ধোনিৰ দৰে ক্রিষ্টিয়ানো ৰোনাল্ডোৱেও সাত নম্বৰৰ জার্চি পিন্ধে৷ সেইবাবেই ধোনী আৰু ক্রিষ্টিয়ানো ৰোনাল্ডোক ফুটবলৰ সৰ্বোচ্চ শাসকীয় সংস্থাই একে শাৰীত ৰাখিছে৷

মঙলবাৰে ভাৰতীয় সময় অনুসৰি নিশা ১২:৩০ বজাত ইউৰো কাপৰ প্ৰথমখন খেল খেলিছিল পৰ্তুগালে। দেশৰ জাৰ্চি পিন্ধি আৰু এবাৰ দেখা গ’ল ৰোনাল্ডো। ইয়াৰ পূৰ্বে ফিফাই নিজৰ ইনষ্টাগ্ৰাম পেজত ৰোনাল্ডোৰ এখন ছবি পোষ্ট কৰিছিল। কেপচনত লিখা আছিল, “থালা ফৰ এ ৰিজন”৷

যোৱা কেইবছৰমানৰ পৰা ‘থালা’ নামটো ধোনিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। চেন্নাইত সকলোৱে তাক সেই নামেৰে মাতে। যোৱা বছৰৰ পৰা ধোনিৰ ছবিৰে "থালা ফৰ এ ৰিজন"ৰ মিম ছ'চিয়েল মিডিয়াত বিয়পি পৰিছে। এই সকলোবোৰ মিম বিভিন্ন ঘটনাত '৭' নম্বৰৰ উল্লেখ কৰি সৃষ্টি কৰা হয়। ধোনিৰ অনুৰাগীসকল সুখী যে ৰোনাল্ডোৰ নাম সেই ‘ব্যঞ্জন’ৰ সৈতে জড়িত হৈ আছে। ছ’চিয়েল মিডিয়াত ফিফাৰ কামক প্ৰশংসা কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ