--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোপা আমেৰিকাত যাদু দেখুৱাবলৈ সাজু হৈছে লিয়নেল মেছি। প্ৰশিক্ষক লিয়নেল স্কাল’নীয়ে জনালে এইদৰে। আৰ্জেণ্টিনাৰ প্ৰথমখন খেল কানাডাৰ বিৰুদ্ধে। এই মুহূৰ্তত মেছিয়ে আমেৰিকাৰ আয়োজক দেশ আটলান্টাত প্ৰস্তুতি চলাইছে। অনুশীলনত গোটেই দলটোক উল্লাসৰ আমেজত দেখা গ’ল।

স্কাল’নীয়ে কয় যে মেছি সম্পূৰ্ণ ফিট। আমেৰিকাত যাদু দেখুৱাবলৈ সাজু। তেওঁক দেখি গোটেই দলটোৱে উৎসাহিত হৈ উঠিছে। সকলোৱে নিজৰ শ্ৰেষ্ঠ ফুটবল খেলিবলৈ সাজু। যোৱা বছৰৰ চেম্পিয়ন হিচাপে আমাৰ দায়িত্ব অধিক। সকলোৱে আৰু এবাৰ ট্ৰফী জিকিবলৈ সাজু।

কোপা আমেৰিকাত আৰ্জেণ্টিনাৰ গ্ৰুপত কানাডা অবিহনে গ্ৰুপ ‘এ’ত আছে চিলি আৰু পেৰু। গ্ৰুপ বিত ইকুৱেডৰ, জামাইকা, মেক্সিকো আৰু ভেনিজুৱেলা। গ্ৰুপ চিত আছে বলিভিয়া, আমেৰিকা, পানামা আৰু উৰুগুৱে।

ব্ৰাজিলৰ প্ৰথমখন খেল ২৫ জুনত (আই এছ টিৰ আৰম্ভণি) কোষ্টা ৰিকা বিৰুদ্ধে। ব্ৰাজিলৰ উপৰিও কোষ্টা ৰিকা, কলম্বিয়া আৰু পেৰাগুৱে গ্ৰুপ ডিত আছে। প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দুটা দলে অন্তিম আঠলৈ আগবাঢ়ি যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement