--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃতামিলনাডুৰ মাদুৰাইত ষাঁড়  যুঁজৰ সময়তে ষাঁড়ৰ আক্ৰমণত  ৬০ জনৰো অধিক লোক আহত হৈছে। মাদুৰাইৰ অৱনিয়াপুৰমত এক জাল্লিকাট্টু অনুষ্ঠানত প্ৰায় ৬০ জন লোক আঘাতপ্ৰাপ্ত হয় বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। 

আঘাতপ্ৰাপ্তসকলৰ ভিতৰৰে  ২০ জনে  অতি  গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে। এজন শীৰ্ষ বিষয়াই কয় " আমাৰ প্ৰায় ৬০ জন আহত হৈছে, ২০ জনৰ অৱস্থা  অলপ গুৰুতৰ আৰু তেওঁলোকক ৰাজাজী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। সামান্য আঘাতপ্ৰাপ্ত আন ৪০ জনক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছে। কোনো লোকৰ মৃত্যু হোৱা নাই ।

মাদুৰাইৰ জিলা উপায়ুক্ত অনীশ শেখৰে কয় যে খেলত অংশগ্ৰহণকাৰীসকলৰ লগতে দৰ্শকৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সকলো ব্যৱস্থা কৰা হৈছে। মাদুৰাইৰ চৰকাৰী ৰাজাজী চিকিৎসালয়লৈ প্ৰেৰণ কৰা ২০ জন আহতৰ ভিতৰত ১১ জন এতিয়াও তাত চিকিৎসাধীন হৈ আছে। ঘটনাটো স্বত্বেও, চলিত জাল্লিকাট্টু অনুষ্ঠানটো আবেলি ৪ বজালৈকে অব্যাহত আছিল, বিষয়াজনে লগতে কয়।













FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক