--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • উল্লেখ্য যে কিছুদিন পূৰ্বেও কাছখাইতীৰ পাৰ্শ্বৱতী অঞ্চল শলমাৰী গাঁৱতো এজন বৃদ্ধ লোক জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে।

ডিজিটেল ডেস্ক: ৰাজ্যত পুনৰ সংক্ৰমণ জাপানী এনকেফেলাইটিছৰ। ৰূপহীহাটৰ কাছখাইতী গাঁৱৰ ২৫বছৰীয়া যুৱকৰ জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু।


১৫ দিন GMCH ত চিকিৎসাধীন হৈ মৃত্যুক আঁকোৱালি লয় আনোৱাৰ হুছেইন নামৰ যুৱকজনে।


উল্লেখ্য যে কিছুদিন পূৰ্বেও কাছখাইতীৰ পাৰ্শ্বৱতী অঞ্চল শলমাৰী গাঁৱতো এজন বৃদ্ধ লোক জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে।


শিঙিমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ অঞ্চলসমূহত স্বাস্থ্য বিভাগৰ ফালৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ।


দুজনকৈ লোকৰ জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা ঘটনাত শংকিত হৈ পৰিছে অঞ্চলবাসী। স্থানীয় ৰাইজে ৰাজ্য চৰকাৰলৈ আহ্বান জনাই যাতে স্বাস্থ্য বিভাগৰ ফালৰ জাপানী এনকেফেলাইটিছৰ সংক্ৰমণ ৰোধ কৰাৰ কি কি ব্যৱস্থা আছে সেই সমূহ স্বাস্থ্য বিভাগে ব্যৱস্থা গ্ৰহণ কৰি নিৰ্মূল কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?