--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গছ-গছনিৰে ঘৰ সজাই তোলাটো স্বাস্থ্যৰ বাবে উপকাৰী। বাস্তুশাস্ত্ৰৰ মতে যদি আপুনি সতেজ, সেউজীয়া গছ-গছনিৰে ঘৰখন ভৰাই তুলিব পাৰে, তেন্তে আপোনাৰ জীৱনৰ বহু সমস্যাৰ সমাধান হ’ব পাৰে। কিন্তু গছপুলি ৰোপণৰ সময়ত আপুনি নকৰিব এই পাঁচটা ভুল। জানি লওক।

 

১. বাস্তু আৰু ফেংছুইৰ মতে কাঁইটীয়া গছ কেতিয়াও ঘৰত ৰাখিব নালাগে, যদি আপুনি ঘৰ সজাবলৈ নাৰ্চাৰীৰ পৰা কেকটাছ গছ মূল্যত কিনি লয়, তেন্তে তাক পেলাই নিদিব। কিন্তু ঘৰৰ ভিতৰত নাৰাখিব, তেনে ক্ষেত্ৰত বেলকনি, চোতাল বা ছাদত ৰাখিব পাৰে। ঘৰৰ ভিতৰত ৰাখিলে আপোনাৰ জীৱনৰ বহু দিশত সমস্যাৰ সৃষ্টি হ’ব পাৰে।

২. বাস্তৱিকভাৱে ক’বলৈ গ’লে আপুনি কেতিয়াও ঘৰত বনছাই গছ নাৰাখিব। কাৰণ এইবোৰ গছ ঘৰ সজোৱাৰ বাবেম একেবাৰে উপযোগী নহয়।

৩. ঘৰৰ ওচৰত কোনো কপাহৰ গছ ৰোপণ নকৰিব, নহ’লে পৰিয়ালত বিশৃংখলতা সৃষ্টি হ’ব পাৰে।

৪. ঘৰত কেতিয়াও শুকান গছ নাৰাখিব, বহু সময়ত গছবোৰৰ পাত শুকাই যোৱা বা গছবোৰ মৰি যোৱাটো আমি লক্ষ্য নকৰো, কিন্তু সেইবোৰ ৰখাটো বাস্তৰ মতে বৰ অশুভ। ইয়াৰ ফলত আপোনাৰ ঘৰলৈ প্ৰায়ে নেতিবাচক বাৰ্তা আহিব পাৰে, যিটো আপোনাৰ বাবে একেবাৰেই অশুভ।

৫. ঘৰৰ সন্মুখত কেতিয়াও অমিতা বা জেতুকাৰ গছ নাৰাখিব, এই গছে আপোনাৰ জীৱনলৈ অশুভ বাৰ্তা কঢ়িয়াব পাৰে, গতিকে গছ থাকিলে লগে লগে কটাৰ ব্যৱস্থা কৰক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী