--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সপোনত আমি প্ৰায়ে ধুনীয়া ধুনীয়া বস্তু দেখিবলৈ পাওঁ। কেতিয়াবা বহুত ভয়ংকৰ কথাও দেখো, বহু ধৰণৰ ভয়ৰ সপোন দেখো, কেতিয়াবা যেতিয়া আমাৰ সপোনবোৰ ভাঙি যায়, কিন্তু আমি সপোনবোৰৰ অৰ্থ কি বুজি নাপাওঁ, আপুনি যদি সপোনত এই পাঁচবিধ ফুল দেখা পায় তেতিয়া আপোনাৰ জীৱনটো সম্পূৰ্ণৰূপে সলনি হ’ব পাৰে। সপোন শাস্ত্ৰই কৈছে যে সপোন কেৱল সপোন নহয়, ইয়ে ভৱিষ্যতে কি হ’ব তাৰ ইংগিত দিয়ে। গতিকে সপোনত যি দেখিছিল তাক আওকাণ কৰা উচিত নহয়। কেতিয়াবা কিছুমান মানুহে সপোনত ফুল দেখিবলৈ পায়। সপোনত ফুল দেখাৰ অৰ্থ কি, জানি লওক...

১) গোলাপ ফুল – যদি আপুনি ৰঙা গোলাপৰ সপোন দেখিছে কিন্তু ই আপোনাৰ জীৱনত আহিবলৈ ওলাইছে, যিকোনো ভাল সময়। ইক’লজিষ্টৰ মতে, গোলাপ ফুলৰ সপোনে আপোনাৰ আত্মসন্মান বৃদ্ধি কৰিব পাৰে। লগতে প্ৰেমৰ ইংগিত দিয়ে। আৰু ভাল সময়খিনি সৎ ব্যৱহাৰ কৰিব লাগিব।গোলাপ ফুলৰ সপোন দেখাটো আপোনাৰ বাবে বহুত ভাল।

২) পদুম ফুল – এই ফুলৰ সপোন দেখাটো অতি শুভ। পদুম লক্ষ্মীৰ আসন, আৰু যদি আপুনি সপোনত এই পদুম ফুল দেখিছে, তেন্তে আপোনাৰ আৰ্থিক সংকট চিৰদিনৰ বাবে আঁতৰি যাব বুলি বিশেষজ্ঞসকলে কয়।

৩) বৰমালা – সপোনত যদি কোনোবাই বৰমালাৰ সপোন দেখিছে, তেন্তে যিসকল অবিবাহিত, তেওঁলোকৰ অতি সোনকালে বিয়া হোৱাৰ সম্ভাৱনা আছে। বিশেষজ্ঞসকলেও কয় যে এই সপোনে আপোনালোকৰ বাবে কঢ়িয়াই আনিব সুখবৰ।

৪) বগা ফুল – সপোনৰ শাস্ত্ৰ অনুসৰি বিশেষজ্ঞসকলে কৈছে যে সপোনত যদি বগা ফুলৰ ছবি দেখা পায়, তেতিয়া আপোনাৰ জীৱন অতি সুন্দৰ হ’ব। এই সপোনটো দেখাৰ পিছত আপুনি বুজিব যে আপোনাৰ জীৱনটো কেনেদৰে সলনি হৈছে।

৫) ধতুৰা ফুল – সপোনত ধতুৰা  ফুল দেখিলে তেতিয়া আৰ্থিক সংকটৰ পৰা ৰক্ষা পৰিব। কাৰণ ধুতোৰা ফুল মহাদেৱ অতি প্ৰিয় ফুল। গতিকে এই ফুলৰ সপোন আপোনাৰ বাবে অতি শুভ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ