--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বহু উপাৰ্জন কৰিও টকা সঞ্চয় কৰিব নোৱাৰি? নে আপুনি অহৰহ অৰ্থনৈতিক সংকটত ডুব গৈ আছে? বিভিন্ন কাৰণত ঘৰত অসুবিধা হৈছে? এবাৰ চাওকচোন এই তিনিটা বস্তু এই তিনিটা ফালে ৰাখিছে নেকি? বাস্তৰ মতে এই তিনিটা বস্তু এই তিনিটা দিশত ৰাখিব নালাগে গতিকে আৰু পলম নকৰাকৈ ঘৰৰ পৰা আঁতৰাই পেলাওক এই তিনিটা বিশেষ বস্তু ।

১. পানীৰ টেংকী কেতিয়াও দক্ষিণ-পূব দিশত ৰাখিব নালাগে। সেই দিশত পানীৰ টেংকি ৰাখিলে জীৱন জ্বলি ছাই হৈ যোৱা সদৃশ অৱস্থাৰ সৃষ্টি হ'ব।  বৈবাহিক জীৱনত বিবাদ হ’ব, আৰ্থিক সংকট হ’ব আৰু ইয়াৰ পৰা পৰিত্ৰাণৰ উপাই বিচাৰি নাপাব । গতিকে পানীৰ টেংকিটো সদায় দক্ষিণ-পূব দিশৰ বাহিৰে অন্য এক দিশত স্থাপন কৰক।
 
২. ঘৰৰ উত্তৰ দিশত জাবৰ-জোঁথৰ ৰখাটো কেতিয়াও উচিত নহয়, কাৰণ এনে কৰিলে জীৱনটো সম্পূৰ্ণ নষ্ট হৈ যাব। যদি আপুনি ইতিমধ্যে এই কাম কৰিছে তেন্তে উত্তৰ দিশলৈ যোৱা আৱৰ্জনাবোৰ অতি সোনকালে নিষ্কাশনৰ ব্যৱস্থা কৰক।

৩. ঘৰৰ উত্তৰ বা উত্তৰ-পূব দিশত কেতিয়াও শৌচাগাৰ নিৰ্মাণ কৰিব নালাগে।  বাস্তুৰ মতে, আপুনি এনে কৰিলে অৱশ্যেই আৰ্থিক সমস্যাৰ সন্মুখীন হ’ব পাৰে,  আপোনাৰ জীৱন আৰু জীৱিকা দুয়োটা দুৰ্বিষহ হৈ পৰিব। গতিকে,ঘৰটো নিৰ্মাণ কৰাৰ আগতে যদি বাস্ত শাস্ত্ৰ অনুযায়ী ঘৰটো বনোৱাটো সম্ভৱ নহয়ো, তেন্তে পাছত শৌচাগাৰটো সলনি কৰাৰ ব্যৱস্থা কৰক।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ