--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আপোনাৰ দৈনন্দিন অভ্যাসে আপোনাৰ ভৱিষ্যত ক’ব কাৰণ প্ৰতিজন লোকৰে অভ্যাস তেওঁৰ ব্যক্তিত্বৰ প্ৰতিফলন। ৰাতিপুৱা উঠি চাহ খাই বা শুই থাকোঁতে নাক কোঁচাই থকা এই সকলোবোৰ সৰু সৰু অভ্যাসেই আপোনাৰ পৰিচয় কঢ়িয়াই লৈ ফুৰে।

আমাৰ অভ্যাসবোৰে আমি কেনেকৈ চিন্তা কৰোঁ বা আমাৰ স্বভাৱটো প্ৰকাশ কৰে সৰু সৰু অভ্যাসে ভৱিষ্যতে যথেষ্ট প্ৰভাৱ পেলাব পাৰে আজি আমাৰ প্ৰতিবেদনৰ পৰা জানি লওক, এৰাই চলিবলগীয়া ৫ টা অভ্যাস যিয়ে ভৱিষ্যত জীৱনক সুখী কৰি তুলিব-

১. আপোনাৰ ঘৰৰ শৌচাগাৰটো অপৰিষ্কাৰ নেকি? বাথৰুমত লেতেৰা কাপোৰ ৰখাৰ অভ্যাস আছেনে? কিন্তু এই মনোভাৱে আপোনাৰ কেৰিয়াৰত গুৰুতৰ ক্ষতিকাৰক প্ৰভাৱ পেলাব পাৰে

২. খোৱাৰ পাছত কেতিয়াবা খোৱাৰ প্লেট চাফা নকৰাকৈ টেবুলত থৈ দিয়া হয়। কিন্তু ইয়াৰ পৰা বুজিব পাৰি যে  আপোনাৰ সুখৰ বাবে আপুনি আনৰ ওপৰত নিৰ্ভৰশীল

৩. বাহিৰৰ পৰা ঘৰলৈ উভতি অহাৰ পাছত যদি হাত মুখ ধোৱাৰ অভ্যাস নাথাকে তেন্তে ইয়াৰ পৰা আপোনাৰ জীৱনটোৱে বহু সময়ত মানসিক চাপৰ সন্মুখীন হ'ব লাগিব।

৪. দেৰিকৈ সাৰ পোৱাৰ অভ্যাস থাকিলে লগে লগে বন্ধ কৰক কাৰণ ই বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি কৰিব পাৰে

৫. ঘৰৰ বাহিৰত য'তে ত'তে জোতা থৈ যোৱাৰ অভ্যাস আছে নেকি? এনে কৰিলে আপোনাৰ শত্ৰুৰ সংখ্যা দিনক দিনে বাঢ়ি যায় বুলি বিশ্বাস কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ