--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডিঙিৰ চুলি, গালৰ দাড়ি, ক’লা চাৰ্ট — এজন যুৱকৰ সৈতে পোজ দিছে অভিনেতা হৃতিক ৰোশনে। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই ফটোখনে মানুহৰ মনত কৌতূহলৰ সৃষ্টি কৰে। তাৰ কাৰণ হৈছে যুৱকজন দেখাত ঠিক মৃত অভিনেতা সুশান্ত সিং ৰাজপুতৰ দৰে একে।

প্ৰকৃততে ‘বিক্ৰম বেদা’ চিনেমাত হৃতিকৰ ষ্টাণ্টমেন আছিল মনছুৰ আলী খান। মনছুৰক দেখিবলৈ ফটোখনত সুশান্তৰ দৰে লাগিছে। মনছুৰক দেখি দৰ্শকৰ এটাই মন্তব্য আছিল, "এইজন সুশান্তৰ যমজ ভাতৃ।" উল্লেখ্য যে 'কেদাৰনাথ' ছবিখনৰ সুশান্তৰ চৰিত্ৰটোৰ নাম আছিল 'মনছুৰ'।

কিছু মাহৰ আগতে মনছুৰে এই ফটোখন পোষ্ট কৰি ৰিতিকক জন্মদিনৰ শুভেচ্ছা জনাইছিল। তেতিয়াৰ পৰা এই ছবিখন ভাইৰেল হৈ পৰিছে। 

২০২০ চনত সুশান্তৰ অকাল মৃত্যুক কোনেও পাহৰিব পৰা নাই। তেওঁৰ মৃত্যুক লৈ বহু বিতৰ্কৰ সৃষ্টি হৈছিল। প্ৰায় তিনি বছৰ হ'ল। কিন্তু সুশান্তৰ স্মৃতি এতিয়াও তেওঁৰ অনুৰাগীৰ মনত সতেজ হৈ আছে। গতিকে, তেওঁৰ অনুৰাগীসকলে বাৰে বাৰে নায়কৰ স্মৃতিত ডুব যায়।

হৃতিকৰ সৈতে ষ্টাণ্টমেনজনৰ ছবিখন দেখাৰ পিছত এজন ব্যক্তিয়ে মন্তব্য কৰে যে, "ক্ষন্তেক সময়ৰ বাবে এনে লাগিছিল যেন সুশান্তই হৃতিকৰ লগত থিয় হৈ আছে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক