--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰিচালক-অভিনেত্ৰী কংগনা ৰানাৱত প্ৰায়ে শিৰোনামত থাকে, কেতিয়াবা কামৰ বাবে, কেতিয়াবা বিতৰ্কৰ বাবে। বিস্ফোৰক মন্তব্যৰে নহয়, এইবাৰ তেওঁ এগৰাকী প্ৰবীণ অভিনেত্ৰীগৰাকীক নিজৰ লগত তুলনা কৰি সকলোকে আচৰিত কৰি তুলিলে।

কংগনাই নিজকে বিখ্যাত অভিনেত্ৰী মধুবালাৰ দৰে একে দেখা পায়। মধুবালাৰ মৃত্যু বাৰ্ষিকীত কংগনাই কয় যে সৰুতে তেওঁক মধুবালাৰ দৰে দেখা গৈছিল।

মধুবালাৰ কোলাজ আৰু তেওঁৰ ফটো শ্বেয়াৰ কৰি কংগনাই ইনষ্টাগ্ৰামত লিখিছে, ''মানুহে বিচৰাৰ দৰে মই পৰ্দাত মধুবালা হৈ পৰো। গতিকে ভাবিলোঁ অভিনয় আৰম্ভ কৰাৰ সময়ত মই কম বয়সীয়া মধুবালাৰ প্ৰতিৰূপ নেকি?”

কংগনাই ক’লা ব্লাউজ আৰু স্কাৰ্ট পিন্ধা এখন ছবিও শ্বেয়াৰ কৰি লিখিছে, “অ’ গড! সেইটোৱেই আছিল মোৰ চলচ্চিত্ৰ জগতৰ প্ৰথম বছৰ।”

কংগনাৰ এই প’ষ্টটোৰ পাছতে ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নিজকে মধুবালাৰ দৰে কিংম্বদন্তিৰ স’তে তুলনা কৰাক লৈ ভাল পোৱা নাই বহুতে।

প্ৰসংগক্ৰমে, মধুবালা যোৱা শতিকাৰ চল্লিশ-পঞ্চাশৰ দশকত আৰু ষাঠিৰ দশকৰ আৰম্ভণিতে বলীউডৰ অন্যতম ডাঙৰ তাৰকা আছিল। ১৯৬০ চনত দিলীপ কুমাৰ আৰু মধুবালা অভিনীত মোগল-ই-আজম ভাৰতৰ অন্যতম বৃহৎ ছবি। ‘নীল কমল’ (১৯৪৭), ‘মহল’ (১৯৪৯), ‘তৰানা’ (১৯৫১), ‘চলতী কা নাম গৰৈ’ (১৯৫৮), ‘হাফ টিকট’ (১৯৬২) আদি ছবিত তেওঁৰ অভিনয় স্মৰণীয়। মাত্ৰ ৫৬ বছৰ বয়সতে তেওঁৰ মৃত্যু হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক