--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱ-জন্তুৰো আত্মসন্মান থাকে! সেই কথাই যেন প্ৰমাণ কৰি দিলে এটা কাছই। এজন যুৱকে কাছ এটা  হাতত তুলি লৈ কাথটোক জিভা দেখুৱাই ভেঙুচালি কৰিছিল। কিন্তু এই কথাতেই যেন ক্ষুণ্ণ হৈ পৰে কাছটো। কাছটোৱে সুযোগ বুজি যুৱক জনৰ জিভা খন জোৰেৰে কামুৰি ধৰে।

 ছ’চিয়েল মিডিয়াত ইতিমধ্যে ভিডিঅ'টো ভাইৰেল হোৱাৰ  লগে লগে বহুতে যুৱকজনক তেওঁৰ কাৰ্য্যৰ বাবে সমালোচনা কৰিছে। কিছু নেটিজেনে এইদৰে কয়: "যেনে কাম , তেনে ফল।" আকৌ, বহুতে কৈছে যে যদি কোনোই  জন্তু এটাক আমনি কৰে, তেন্তে তেনে লোকে  এনে শিক্ষা লাভ কৰা উচিত।

ভিডিঅ'টোত দেখা গৈছে যে কাছটোৱে হঠাতে যুৱক জনৰ মুখৰ সন্মুখলৈ আহি  তিনি বা চাৰিবাৰ তেওঁৰ  জিভাখনত কামুৰি দিছিল। ভিডিঅ’টোত যুৱকজনক তেওঁৰ  জিভা খন কাছক কামোৰৰ পৰা ৰক্ষা কৰিবলৈ  চেষ্টা কৰা দেখা গৈছে। 


নেটিজেনৰ এটা অংশই যুৱকজনৰ কাৰ্য্যত  খং প্ৰকাশ কৰিইয়াক 'সঠিক শিক্ষা' বুলি মন্তব্য কৰিছে।

ভিডিঅ'টো টুইটাৰ একাউণ্ট 'ভিছিয়াছ ভিডিঅ'ৰ পৰা শ্বেয়াৰ কৰা হৈছে। নেটিজেনসকলে ভিডিঅ'টো ৮৮,০০০ বাৰ চাইছে। ভিডিঅ'টো ভাইৰেল হোৱাৰ লগে লগে যুৱকজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী উঠিছে। ঘটনাটোৰ স্থান নিশ্চিত কৰিব পৰা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক