--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাশ্মীৰত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। এখন যাত্ৰীবাহী গাড়ী খাৱৈত বাগৰি পৰাৰ ফলত  ৫ জন লোকৰ থিতাতে মৃত্যু ঘটিছে।  বিল্লাৱাৰ অঞ্চলৰ ধনু পেৰোল গাঁৱৰ ওচৰত দুৰ্ঘটনাটো সংঘটিত হৈছে । ঘটনাটোত পাঁচজন লোক নিহত হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে দুৰ্ঘটনাটোত আন  ১৫ জন লোক গুৰুতৰভাৱে আহত হৈছে।

বিল্লাৱাৰ আৰক্ষীয়ে প্ৰকাশ ৰা মতে  যাত্ৰীবাহী বাহনখন কাগৰ পৰা গৈ আছিল। বিল্লাৱাৰ এলেকাত উপস্থিত হোৱাৰ পিছতে বাহন খনে নিয়ন্ত্ৰণ হেৰুৱাই এটা খাৱৈত বাগৰি পৰে। মৃতসকলক ক্ৰমে বান্টু, হংসৰাজ, অজিত সিং, আমৰু আৰু কাকু ৰাম বুলি চিনাক্ত কৰা হৈছে।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আন ১৫ জন লোকক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ কৰাৰ  পিছত তেওঁলোকক লগে লগে ওচৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। গাড়ীখন কেনেকৈ খাদত পৰিল সেয়া  জানিবলৈ আৰক্ষীয়ে  তদন্ত আৰম্ভ কৰিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক