--°C
Loading...
Listen to Article
2 min read
80%

চিৰাং : জন্মদিন খাবলৈ গৈ নিৰুদ্দেশ হৈছে এজন যুৱক৷ চিৰাং জিলাৰ আই নদীৰ হাগ্ৰামা ব্ৰীজত জন্মদিনৰ পাৰ্টী খাবলৈ আহি নিৰুদ্দেশ খগেন মজুমদাৰ(২৩) নামৰ যুৱক এজন। জানিব পৰা মতে, ১নং দক্ষিণ মাক্ৰাৰ মতিন মজুমদাৰৰ পুত্ৰ খগেন মজুমদাৰ৷ খগেনৰ নিৰুদ্দেশত চিন্তাত জৰ্জৰিত হৈ পৰিছে পৰিয়ালবৰ্গ।

ঘটনাৰ সবিশেষ অনুসৰি, দলংখনত খগেন ৮গৰাকী বন্ধুৰ সৈতে আহিছিল জন্মদিনৰ পাৰ্টী খাবলৈ। পাৰ্টী খাবলৈ আহি আই নদীৰ হাগ্ৰামা ব্ৰিজত গা ধুবলৈ গৈ পানীৰ দ অংশত পৰে যুৱকজন।


লগৰীয়াসকলে প্ৰতেক্ষ কৰি উদ্বাৰ কৰিবলৈ চেষ্টা কৰে যদিও সক্ষম নহয়। ঘটনাস্থলীত আৰক্ষী আৰু এছডিআৰএফে আই নৈত যুৱকজনক বিচাৰি অভিযান আৰম্ভ কৰিছে। কিন্তু বৰ্তমানলৈ সক্ষম হোৱা নাই যুৱকজনক উদ্ধাৰ কৰিবলৈ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ