--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিঠি আহিল ওপৰৰ পৰা... সেই চিঠিৰেই আঁত ধৰি চিৰদিনৰ বাবে গুছি গ’ল জনপ্ৰিয় গজল গায়ক পংকজ উধাছ৷  প্ৰবীণ গায়ক পংকজ উধাছৰ ৭২ বছৰ বয়সত মৃত্যু হৈছে। তেওঁৰপৰিয়ালে এই কথা  নিশ্চিত কৰি কয়  যে ২৬ ফেব্ৰুৱাৰীৰ পুৱা তেওঁৰ মৃত্যু হয়।

পংকজ  উধাছ দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি আছিল ৷ আজি দিনৰ  প্ৰায় ১১ বজাত ব্ৰিচ কেণ্ডি চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়৷  তেওঁৰ জীয়ৰী নায়াব উধাছে এটা বিবৃতি পোষ্ট কৰি লিখিছে, " গায়ক পংকজ উধাছৰ দীঘলীয়া অসুস্থতাৰ পিছত ৭২ বছৰ বয়সত মৃত্যু হৈছে৷’’

( প্ৰিয় পাঠক, এইটো এটা ব্ৰেকিং নিউজহে৷ পৰৱৰ্তী সময় আমি এই খবৰৰ সকলো আপডেট আপোনাক জনাই থাকিম৷ইয়াৰ বাবে আপুনি মাথো চকু ৰাখিব প্ৰাগ নিউজ ডিজিটেলত) 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী