--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাজনৈতিক পথাৰখনত উদিত সূৰ্য হিচাপে চিহ্নিত হৈছে ৰাহুল গান্ধী৷কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে ছত্তীশগড়ৰ বিলাসপুৰৰ পৰা ৰাজধানী চহৰ ৰায়পুৰলৈ ৰেলত যাত্ৰা সম্পন্ন কৰে৷ কটকটীয়া নিৰাপত্তাৰ মাজতে কেৰালাৰ ৱায়ানাদৰ সাংসদগৰাকীক ৰে’লৰ নন-এচি আৰু জেনেৰেল ডবাত নিৰাপত্তাৰক্ষীয়ে এস্কৰ্ট প্ৰদান কৰে।

চলিত বৰ্ষৰ শেষৰ ফালে হ’বলগীয়া ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ পূৰ্বে সোমবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিলাসপুৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী গ্ৰামীণ আৱাস ন্যায় যোজনা (MGANY) আৰম্ভ কৰে। ‘আৱাস ন্যায় সন্মিলন’ত গান্ধী আৰু মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ১,৩০,০০০ হিতাধিকাৰীক ঘৰ নিৰ্মাণৰ বাবে প্ৰথম কিস্তিৰ ২৫ হাজাৰ টকাকৈ প্ৰদান কৰিব বুলি বিষয়াসকলে জানিবলৈ দিয়ে।

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (পিএমএৱাই- গ্ৰাম্য) ৬,৯৯,৪৩৯ গৰাকী যোগ্য হিতাধিকাৰীক উপকৃত কৰাৰ লক্ষ্যৰে এই আঁচনিৰ জৰিয়তে স্থায়ী অপেক্ষা তালিকাত থকা আৰু তথাপিও পিএমএৱাইৰ সুবিধা লাভ কৰিব পৰা নাই।ইয়াৰ পূৰ্বে জুলাই মাহত তেওঁক ছোনিপটৰ এখন ফাৰ্মত ট্ৰেক্টৰত উঠি যোৱা দেখা গৈছিল আৰু ইয়াৰ পূৰ্বে মে’ মাহত ৰাহুল গান্ধীক ট্ৰাকত উঠি গধুৰ বাহন চালকসকলে ৰাতিটো কাম কৰাৰ সময়ত সন্মুখীন হোৱা সমস্যাসমূহ বুজিবলৈ যোৱা দেখা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ