--°C
Loading...
Listen to Article
2 min read
80%

 ডিজিটেল ডেস্ক : সৰুৰে পৰাই চাগে ঘৰত প্ৰায়ে শুনিছে যে জোতা-চেণ্ডেল ওলোটাকৈ ৰাখিব নালাগে। ভুলতে এনে হ’লেও তৎক্ষণাত ঠিক কৰিব লাগে। প্ৰায়ে ঘৰৰ বয়োজ্যেষ্ঠসকলে এনেকৈ কোৱা শুনিবলৈ পোৱা গৈছিল যদিও ইয়াৰ অৰ্থ বহুতে জনা নাছিলো। কিন্তু বাস্তুশাস্ত্ৰৰ মতে ঘৰত ওলোটা জোতা-চেণ্ডেল থোৱা মানে দুৰ্ভাগ্যক আমন্ত্ৰণ জনোৱা বুজায়। যাৰ বাবে জীৱনত বহুতো সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে।

 * জোতা-চেণ্ডেল ওলোটাকৈ থাকিলে দেৱী মালক্ষ্মীৰ খং উঠে বুলি বিশ্বাস কৰা হয়। ইয়াৰ বাবে ঘৰত প্ৰায়ে আৰ্থিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। ইয়াৰ বাবে ঘৰত বহুতো বিসংগতি হোৱাৰ লগতে কাজিয়াৰো সূত্ৰপাত ঘটে। 

* ঘৰত জোতা-চেণ্ডেল ওলোটাকৈ ৰাখিলে পৰিয়ালৰ লোকৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰে। ই ৰোগৰ কাৰণ বুলি ধৰা হয় আৰু দুৰ্ভাগ্যও আহি পৰে। ইয়াৰ বাবেই ঘৰত ঋণাত্মক শক্তিৰ সঞ্চাৰ হয়।

 * জোতা-চেণ্ডেল ওলোটাকৈ ৰাখিলে ঘৰৰ সুখ আৰু শান্তিত বিঘ্নিত হয়। ঘৰৰ শুভ কামতো বাধা আহিবলৈ আৰম্ভ কৰে। সদায় উত্তেজনাময় পৰিৱেশৰ লগতে শনিৰ ক্ৰোধৰ সন্মুখীন হ’বলগীয়াও হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক