--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল জেস্কঃ ফেশ্বন মডেলৰ ৰূপত দেখা গ’ল মাৰ্ক জুকাৰবাৰ্গক। তেওঁৰ এটা ফেশ্বন ৰেম্পত খোজ কঢ়াৰ ভিডিঅ’ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। লুই ভিটনৰ ৰঙীন, জিলিকি থকা পোছাক পিন্ধি তেওঁ ৰেম্পত খোজ কাঢ়িছে।

ভিডিঅ’টো ভাইৰেল হৈ পৰিছে। জুকাৰবাৰ্গৰ এই অৱতাৰত আগতে কোনেও দেখা পোৱা নাছিল। কেতিয়াবা গোলাপী ৰঙৰ পোছাক পিন্ধি, কেতিয়াবা উজ্জ্বল হালধীয়া ৰঙৰ পোছাক পিন্ধি তেওঁ ৰেম্পত খোজ কাঢ়িছে।

কিন্তু সঁচানে ভিডিঅ’টো? মেটাৰ কামৰ অশেষ ব্যস্ততা এৰি জুকাৰবাৰ্গে ৰেম্পত খোজকাঢ়িছেনে? বিশ্বৰ অন্যতম ধনী ব্যক্তিগৰাকীয়ে এই কাম কৰিবলৈ সময় পাইছেনে? মিছা নেকি জুকাৰবাৰ্গৰ এই অৱতাৰ।

হয়, মিছা। কৃত্ৰিম বুদ্ধিমত্তাৰ (এ আই) সহায়ত এই ভিডিঅ’ সৃষ্টি কৰা হৈছে। কিন্তু সেই আকৃতিটো ইমানেই নিখুঁত যে ইয়াক পৃথকভাৱে চোৱাৰ কোনো উপায় নাই। এই ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তা ‘মিডজাৰ্নি’ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে, যিয়ে কেৱল মাৰ্কৰ মুখখনেই নহয়, তেওঁৰ ইংগিতবোৰকো সঠিকভাৱে ফুটাই তোলাত সফল হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ