--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উৰ্ফি জাভেদ। সাহসী পোছাকৰ বাবে যি পৰিচিত। আজৱধৰণৰ পোছাক পিন্ধি তেওঁ সদায় চৰ্চাত থাকে। উৰ্ফিৰ বিষয়ে জানিবলৈ অনুৰাগীসকল উৎকণ্ঠিত হৈ থাকে। কাক ভাল পায় উৰ্ফিয়ে? কোন তেওঁৰ প্ৰিয়তম?

দেওবাৰে উৰ্ফীয়ে নিজৰ প্ৰেমৰ কথা প্ৰকাশ কৰে। তেওঁ ইনষ্টাগ্ৰামত এখন ছবি পোষ্ট কৰে। কাঁচৰ ফুলদানি এটাত বগা গোলাপৰ গোট এটা। তাৰ সন্মুখত এটা টোকা নীলা ৰঙৰ নেইল পলিচ পিন্ধি হাতত উৰ্ফীয়ে হাতেৰে ধৰি আছে। তাত ছপা আখৰেৰে লিখা আছে, “প্ৰিয় উৰ্ফী, মই কৰা সকলো কাম তোমাৰ বাবে। আমাৰ যি মৰম আছে সেয়া বিৰল। গোটেই জীৱন এনেকৈ তোমাৰ লগত থাকিম বুলি প্ৰতিশ্ৰুতি দিছো। তোমাৰ অবিহনে এদিনৰ কথা ভাবিব নোৱাৰো। তোমাক ভাল পাওঁ।''




প্ৰেম পত্ৰখন নিমিষতে ভাইৰেল হৈ পৰে। উৰ্ফীলৈ কোনে লিখিছিল এইদৰে? দেখা গ’ল, উৰ্ফিৰ বাহিৰে আন কোনো নহয়। পেম পত্ৰখনৰ তলত উৰ্ফিৰ নামটো জিলিকি আছে। অৰ্থাৎ উৰ্ফীয়ে নিজেই নিজলৈ প্ৰেমপত্ৰ লিখিলে!

এই ছবিখনত তেওঁ নিজকে প্ৰেম মন্ত্ৰ দিছে। সেই পোষ্টটো দেখাৰ পিছত অনুৰাগীসকলে মৰম প্ৰকাশ কৰিছিল। সকলোৱে ক'লে, "এইটোৱেই উৰ্ফিৰ প্ৰেৰণা।"

উৰ্ফি মানে নিয়ম ভঙা কাম। এইবাৰ কাপোৰ বা বিস্ফোৰক মন্তব্যৰে নহয়, ‘বিগ বছ’ৰ প্ৰাক্তন প্ৰতিযোগীগৰাকীয়ে নতুন ধৰণেৰে নিয়ম ভাঙিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ