--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিচিচিআইৰ সচিব জয় শ্বাহলৈ বিশেষ উপহাৰ পঠালে লিঅ’নেল মেছিয়ে। কাটাৰ বিশ্বকাপৰ পৰা এই উপহাৰ লৈ আহে টীম ইণ্ডিয়াৰ প্ৰাক্তন তাৰকা প্ৰজ্ঞান ওজাই।

জয় শ্বাহক নিজৰ এটা জাৰ্চি প্ৰেৰণ কৰিছে মেছিয়ে। আৰ্জেণ্টিনাৰ ১০ নম্বৰ জাৰ্চটোত নিজে চহীও কৰিছে বিশ্বকাপজয়ী তাৰকাগৰাকীয়ে। শুভেচ্ছা জনাইছে জয় শ্বাহক।



তাৰপাছতে প্ৰজ্ঞান ওজাই সামাজিক মাধ্যমত এই বিষয়ে ফটো শ্বেয়াৰ কৰিছে। জয় শ্বাহৰ স’তে মেছিয়ে পঠোৱা জাৰ্চিৰ ফটোখনৰ স’তে ওজাই লিখিছে- ''বিশ্বৰ সৰ্বকালৰ শ্ৰেষ্ঠ খেলুৱৈজনে তেওঁৰ শুভেচ্ছা আৰু চহী কৰা জাৰ্চি পঠাইছে জয় ভাইৰ বাবে। কি অসাধাৰণ ব্যক্তিত্ব। আশা কৰো খুব সোনকালেই মোৰ বাবেও এটা পাব।’’

উল্লেখ্য যে কাটাৰ বিশ্বকাপলৈ খেল চাবলৈ গৈছিল প্ৰজ্ঞান। তাতে মেছিৰ স্বাক্ষৰ থকা দুটি জাৰ্চিৰ বাবে অনুৰোধ কৰিছিল তেওঁ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পলাতক অপৰাধীৰ বিৰুদ্ধে ভাৰতৰ 'অপাৰেশ্যন গ্ল'বেল হান্ট'
মুজতবা খামেনেইৰ মৃত্যুৰ বিষয়ত অপপ্ৰচাৰ চলাইছে আমেৰিকাই, ইৰানী বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ দাবী
টী-২০ মহিলা বিশ্বকাপ ২০২৬ ; বিচিচিআইএ ঘোষণা কৰিলে ভাৰতীয় দল
গংগা এক্সপ্ৰেছৱেত হাই-টেক সুৰক্ষা ব্যৱস্থা: এতিয়াৰ পৰা গাড়ী চলাওতে টোপনি আহিলে চালকক কৰিব সতৰ্ক
অসম মেঘালয় সীমান্তৰ ফুলবাৰীৰ গোমাইঝোৰাত ভয়ংকৰ পথ দূৰ্ঘটনা: থিতাতে মৃত্যু এজন বৃদ্ধাৰ
"Women Who Rally" লিডাৰশ্বিপ কোহৰ্টত স্থান লাভ গুৱাহাটীৰ নাজনীন ৰহমানৰ
আমেৰিকা অভিমুখে যাত্রা ড° হেমচন্দ্র গোস্বামীৰ, মাজুলীৰ চামগুৰি সত্ৰৰ মুখালৈ আন্তঃৰাষ্ট্ৰীয় সমাদৰ
ইনষ্টাগ্ৰামত লাখে লাখে কমিল ৰাঘৱ চাদ্ধাৰ অনুৰাগী
ড° অশোক কুমাৰ লাহিড়ীক নিটি আয়োগৰ উপাধ্যক্ষৰূপে নিয়োগ
AIয়ে দিব বানপানীৰ আগজাননী
দিল্লীত ভয়ংকৰ পথ দুৰ্ঘটনা: তীব্ৰবেগী বাহনৰ খুন্দাত ৪ যুৱকৰ কৰুণ মৃত্যু
আজি পুৱা ১০.৩০ বজাত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল
আইপিএলত ইতিহাস গঢ়াৰ দিশে ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশী: বিহাৰৰ বৈভৱে কঁপাব ক্ৰিকেট জগত
ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল: শীৰ্ষত কোন কোন জিলা?