--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিকোলাছ পুৰাণক ধাৰত দিয়া টকা ঘূৰাই বিচাৰিলে ক্ৰিছ গেইলে। আইপিএলৰ নিলামত পুৰাণে ১৬ কোটি টকা লাভ কৰাৰ পাছতে টকা ঘূৰাই বিচাৰিলে সতীৰ্থ গেইলে।

উল্লেখ্য যে সম্পন্ন হৈ যোৱা নিলামত লক্ষ্নৌ চুপাৰ জায়েণ্টছে পুৰাণক ১৬ কোটি টকা ক্ৰয় কৰে। তাৰপাছতে সতীৰ্থৰ এই ভাল খবৰে চমকৃত হৈ উঠে ইউনিভাৰ্ছেল বছক।

সামাজিক মাধ্যমযোগে এটা ভিডিঅ’ত গেইলে হাঁহিভৰা মুখেৰে কয়- ''পুৰাণ, মই যে তোমাক টকাখিনি ধাৰলৈ দিছিলো, সেয়া কি এইবাৰ ঘূৰাই দিব পাৰিবানে?’’

গেইলৰ এই ভিডিঅ’ৰ পাছতে হাঁহিৰ ৰোল উঠে অনুৰাগীসকল। সকলোৱে ক্ৰিকেটাৰ দুগৰাকীক লৈ অনেক মন্তব্য কৰে।

আনহাতে, ৱেষ্ট ইণ্ডিজৰ কেপ্টেইন তথা উইকেট ৰক্ষক নিকোলাছ পুৰাণক কিয় ইমান দৰত ক্ৰয় কৰা হ’ল সেই লৈও চৰ্চা চলিছে। ইয়াৰ কাৰণ হৈছে যোৱাবাৰ আইপিএলত তেওঁ বিশেষ প্ৰদৰ্শন আগবঢ়োৱা নাছিল।

এই সম্পৰ্কত লক্ষ্নৌ চুপাৰ জায়েণ্টছৰ মেণ্টৰ গৌতম গম্ভীৰে কয়- ''তেওঁৰ দক্ষতাৰ বাবেই এই দামত কিনা হৈছে। তেওঁৰ দৰে কোনো ক্ৰিকেটাৰক লোৱা আমাৰ লক্ষ্যই আছিল। আশা কৰো আমাৰ দলত যোগ দি তেওঁ ভাল খেলিব।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক