--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডায়েবেটিছ ৰোগীয়ে প্ৰায়ে ছুগাৰৰ বিপদৰ সন্মুখীন হয়, যাৰ বাবে তেওঁলোকৰ স্বাস্থ্যৰ সন্দৰ্ভত সদায় বিপদ থাকে। ডায়েবেটিছ অতি জটিল সমস্যা কাৰণ ইয়াৰ দ্বাৰা আন বহুতো ৰোগ, যেনে হৃদৰোগ আৰু বৃক্কৰ ৰোগ আদিও জন্ম হয়। এনে পৰিস্থিতিত খাদ্যাভ্যাসৰ সম্পূৰ্ণ যত্ন ল’ব লাগে। অলপ অসাৱধানতাও মাৰাত্মক বুলি প্ৰমাণিত হ’ব পাৰে। উচ্চ ছুগাৰৰ মাত্ৰা হ্ৰাস কৰিবলৈ আপুনি কোনবোৰ কম কাৰ্বযুক্ত শাক-পাচলি খাব লাগে জানি লওক।

ডায়েবেটিছ ৰোগীৰ বাবে কম কাৰ্বযুক্ত শাক-পাচলি

১) ব্ৰকলিঃ ব্ৰকলি এনেকুৱা এবিধ পাচলি যে ডায়েবেটিছ ৰোগীয়ে নিয়মিতভাৱে ইয়াক গ্ৰহণ কৰিলে ছুগাৰৰ মাত্ৰাক লৈ চিন্তা কৰিব নালাগিব, আচলতে ইয়াত ছালফ’ৰাফেন নামৰ যৌগ থাকে আৰু ইয়াৰ ডায়েবেটিছ প্ৰতিৰোধী গুণ আছে যিয়ে গ্লুক’জৰ মাত্ৰা বজাই ৰাখে।

২) বিলাহীঃ বিলাহীত গ্লাইচেমিক ইনডেক্স কম, সেয়েহে ই তেজৰ ছুগাৰ বজাই ৰখাত সহায় কৰে।

৩) পালেং শাকঃ  পালেং শাকক সেউজীয়া শাক-পাচলিৰ ৰজা বুলি ক’লে হয়তো ভুল নহ’ব, কাৰণ ইয়াত ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ই, ভিটামিন কে, ফ’লেট আৰু ডায়েটাৰী ফাইবাৰ প্ৰচুৰ পৰিমাণে থাকে, যিটো ডায়েবেটিছ ৰোগীৰ বাবে এক আশীৰ্বাদ।

৫) বন্ধাকবিঃ বন্ধাকবিত কাৰ্বহাইড্ৰেট কম আৰু ভিটামিন চি প্ৰচুৰ পৰিমাণে পোৱা যায়, ইয়াৰ জৰিয়তে কেৱল ছুগাৰৰ মাত্ৰা হ্ৰাস কৰাই নহয়, হৃদৰোগৰ সম্ভাৱনাও হ্ৰাস পায়। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়