--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰাৰ বাবে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ 

ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ এক বিশেষ সাক্ষাৎকাৰত শ্বাহে কয়, আপোনালোকৰ অধিকাৰ আছে নেকি যে আপোনালোকে এই আইনৰ কাৰ্যকৰীকৰণ অস্বীকাৰ কৰিব পাৰে? তেওঁলোকে এইটোও বুজি পায় যে তেওঁলোকৰ অধিকাৰ নাই। আমাৰ সংবিধানত নাগৰিকত্ব সম্পৰ্কীয় আইন প্ৰস্তুত কৰাৰ অধিকাৰ কেৱল সংসদক দিয়া হৈছে। এইটো এটা কেন্দ্ৰীয় বিষয়, ৰাজ্যৰ নহয়৷

গৃহমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে 'কা'ই সংবিধানৰ কোনো ব্যৱস্থা উলংঘা নকৰে আৰু কেৱল কেন্দ্ৰীয় চৰকাৰক নাগৰিকত্ব সম্পৰ্কীয় আইন প্ৰণয়ন আৰু সেইবোৰ কাৰ্যকৰী কৰাৰ ক্ষমতা দিয়া হৈছে। কেন্দ্ৰই 'কা' ৰূপায়ণৰ বাবে নিয়মসমূহৰ জাননী দিয়াৰ লগে লগে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে আইনখনক কঠোৰ সমালোচনা কৰিছিল আৰু কৈছিল যে তেওঁলোকে তেওঁলোকৰ ৰাজ্যসমূহত ইয়াক কাৰ্যকৰী নকৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ