--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা  নৱজোৎ সিং সিদ্ধুৰ পত্নীয়ে ‘ষ্টেজ ২ কেন্সাৰ’ত আক্ৰান্ত হৈ স্বামীলৈ লিখিছে এখন আৱেগিক চিঠি।উল্লেখযোগ্য যে, ১৯৮৮ চনৰ ৰাজপথত ব্যক্তিক মাৰধৰ কৰি হত্যাৰ গোচৰত এবছৰৰ কাৰাদণ্ড ভুগি পাটিয়ালা কেন্দ্ৰীয় কাৰাগাৰত কৰাৰুদ্ধ হৈছে আছে ভূতপূৰ্ব ভাৰতীয় ক্ৰিকেটাৰ নৱজোৎ সিং সিদ্ধু।

আৱেগিক নৱজোৎ সিদ্ধুৱে স্বামী নৱজোৎ সিং সিদ্ধুলৈ লৈ লিখা এখন চিঠিত কয় যে নৱজোৎ সিদ্ধুৱে নিজৰ স্বামীৰ বাবে অপেক্ষা কৰি আছে আৰু সম্ভৱতঃ স্বামীতকৈকৈ বেছি কষ্ট পাইছে। এটা টুইটত নৱজোৎ সিদ্ধুৱে লিখিছে যে, "মোৰ স্বামীয়ে নকৰা অপৰাধৰ বাবে কাৰাগাৰত আছে। জড়িত সকলোকে ক্ষমা কৰি দিয়ক।বাহিৰত প্ৰতিদিনে আপোনাৰ বাবে অপেক্ষা কৰি আছে হয়তো আপোনাৰ তুলনাত বেছি কষ্ট পাইছে। সচৰাচৰৰ দৰে আপোনাৰ যন্ত্ৰণা আঁতৰাবলৈ চেষ্টা কৰি,শ্বেয়াৰ কৰিবলৈ অনুৰোধ কৰিলে।" .

ক্ৰিকেটাৰ নৱজোৎ সিং সিদ্ধুৰ  পত্নীৰ টুইট অনুসৰি ড° নৱজোৎ সিং সিদ্ধু ষ্টেজ ২ ইনভেছিভ কেন্সাৰত আক্ৰান্ত আৰু বৃহস্পতিবাৰে অস্ত্ৰোপচাৰৰ বাবে চিকিৎসকৰ ওচৰলৈ যাব।

স্মতৰ্ৱ্য যে,১৯৮৮ চনৰ পৰা ৩৪ বছৰীয়া পুৰণি এই গোচৰটাত ক্ৰিকেটাৰৰ পৰা  ৰাজনীতিবিদলৈ পৰিণত হোৱা নৱজোৎ সিং সিদ্ধুক শাস্তি প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে কয় যে অপৰ্যাপ্ত শাস্তি প্ৰদানৰ ক্ষেত্ৰত যিকোনো অযবা সহানুভূতিয়ে ন্যায় ব্যৱস্থাৰ অধিক ক্ষতি কৰিব আৰু আইনৰ কাৰ্যকাৰিতা সম্পৰ্কে জনসাধাৰণৰ আস্থা ক্ষুণ্ণ কৰিব।











FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ