--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গোৰ্খা সমাজৰ মুকলি সমৰ্থনত স্বাভাৱিকতে অতি উৎসাহিত হৈ পৰা দেখা যায় টিংখং বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিমল বৰাক।

ডিজিটেল ডেস্ক: টিংখঙত বিমল বৰাৰ প্ৰতি মুকলি সমৰ্থন গোৰ্খা সমাজৰ। নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত বিমল বৰাক ভোট প্ৰদানৰ মুকলি অংগীকাৰ গোৰ্খা সমাজৰ। বিমল বৰাক লৈ ৰোদ শ্ব' গোৰ্খা সমাজৰ।


বিমল বৰাৰ প্ৰতি গোৰ্খা সমাজৰ মৰম, আদৰ, সন্মান পাই অভিভূত হৈ পৰে বিমল বৰা। আঠু কাঢ়ি সেৱা লৈ বিমল বৰাই কৃতজ্ঞতা জনায় গোৰ্খা সমাজক।


গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাঙৰ উপস্থিতিত ৰাজগড় কৰমা ভৱনত অনুষ্ঠিত হোৱা এক সভাত টিংখং সমষ্টিৰ সমূহ গোৰ্খা সমাজে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থী বিমল বৰাক সমৰ্থন কৰাৰ ক্ষেত্ৰত অংগীকাৰবদ্ধ হয়।


গোৰ্খা সমাজৰ মুকলি সমৰ্থনত স্বাভাৱিকতে অতি উৎসাহিত হৈ পৰা দেখা যায় টিংখং বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিমল বৰাক।


ইফালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰে গোৰ্খা জনগোষ্ঠীক এক উপযুক্ত সন্মান আৰু মৰ্যদা প্ৰদান কৰি অহাৰ লগতে গোৰ্খা সমাজৰ প্ৰতিটো অভাৱ অভিযোগ, সমস্যা আন্তৰিকতাৰে সমাধান কৰা বাবেই বিজেপিৰ প্ৰতি গোৰ্খা সমাজে মুকলি সমৰ্থন কৰা বুলি উল্লেখ কৰে বিমল বৰাই।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু