--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাঁ ফিল্ম ফেষ্টিভেলৰ ৰেড কাৰ্পেটত ভৰি থলে ছানী লিঅ’নীয়ে। ফেষ্টিভেলখনত প্ৰথমবাৰৰ বাবে এইদৰে দেখা গ’ল অভিনেত্ৰীগৰাকীক। অনুৰাগ কাশ্যপৰ ছবি ‘কেনেডি’ত অভিনয় কৰিছিল ছানীয়ে। এইবাৰ সেই ছবিখনৰ প্ৰদৰ্শনৰ বাবে কাঁলৈ যায় ছানী।

পৰিচালক তথা সহ অভিনেতা ৰাহুল ভাটৰ সৈতে কান ৰেড কাৰ্পেটত ভৰি থয় ছানীয়ে। অনুৰাগীৰ সৈতে সেই মুহূৰ্তটোৰ ছৱি শ্বেয়াৰ কৰি ছানীয়ে লিখিছে, “কাঁত ‘কেনেডি’ৰ বিশ্ব প্ৰিমিয়াৰ, ভাৰতীয় চিনেমাক প্ৰতিনিধিত্ব কৰি মই গৌৰৱান্বিত।’’

কাঁত ছবিখনৰ প্ৰিমিয়াৰৰ দিনা ছানীয়ে পিন্ধিছিল গোলাপী ৰঙৰ অফ শ্বোল্ডাৰ হাই চিলাই কৰা গাউন। ছবিখন নেটত ভাইৰেল হোৱাৰ লগে লগে অনুৰাগীসকল উৎফুল্লিত হৈ পৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?