--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘কাশ্মীৰ ফাইলছ’ৰ বিশাল সফলতাৰ পাছত মুম্বাইৰ এটা বিলাসবহুল স্থানত ফ্লেট কিনিলে ছৱিখনৰ পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে। এটা আবাসস্থানৰ ৩০ মহলাত থকা এই ফ্লেটটো প্ৰায় ১৭ কোটি টকাত ক্ৰয় কৰিছে অগ্নিহোত্ৰীয়ে। ইতিমধ্যে ক্ৰয়ৰ সকলো ব্যৱস্থা হৈ গৈছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে চলিত বৰ্ষৰ ১১ মাৰ্চত ‘দা কাশ্মীৰ ফাইলছ’ ছৱিখনে মুক্তি লাভ কৰিছিল। দেশৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছিল ছৱিখনক লৈ। ছৱিখনৰ বিষয়বস্তু আছিল কাশ্মীৰী পণ্ডিতসকলৰ দুৰ্দশা।

ছৱিখনক লৈ তীব্ৰ বিতৰ্ক হৈছিল। বক্স অফিচতো ব্যাপক সমাদৰ লাভ কৰিছিল কাশ্মীৰ ফাইলছে। বিশ্বজুৰি প্ৰায় ৩২০ কোটি টকাৰ ব্যৱসায় কৰিছে ছৱিখনে।

ছৱিৰ সফলতাৰ পাছতে এইদৰে মুম্বাইৰ ভাৰচোভা ফ্লেট কিনিছে পৰিচালকগৰাকীয়ে। আটাইতকৈ লক্ষ্যণীয় কথা হ’ল যে এই আবাসস্থানৰ ৩১ মহলাৰ ফ্লেটত থাকে বলিউডৰ বিগবি অমিতাভ বচ্ছন। এতিয়া বচ্ছনৰ প্ৰতিবেশী হ’বলৈ উলাইছে বিবেক অগ্নিহোত্ৰী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক