--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ফিফা বিশ্বকাপ আৰু ছাকিৰা৷ যেন দুটা সমাৰ্থক শব্দ৷ ২০১০ চনৰ দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা বিশ্বকাপৰ থিমং ছং ‘ৱাকা ৱাকা পৰিৱেশন কৰাৰে পৰা ফুটবলৰ সতে ছাকিৰা জড়িত হৈ আছে৷

 

তদুপৰি ২০০৬ চনৰ পৰা ২০১৪ চনলৈকে তিনিখন বিশ্বকাপৰ উদ্বোধনি অনু্ষ্ঠানত ছাকিৰাই সংগীত পৰিৱেশন কৰিছিল৷ এইবাৰৰ কাটাৰ বিশ্বকাপতো ছাকিৰাক লৈ চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছে৷

 

চৰ্চা অনুসৰি, এইবাৰো উদ্বোধনি অনুষ্ঠানত অতিথি শিল্পী সংগীত পৰিৱেশন কৰাৰ কথা আছিল ছাকিৰাই৷ কিন্তু শেষত সংগীত পৰিৱেশনৰ সিদ্ধান্ত বাতিল কৰে কলম্বিয়াৰ শিল্পীগৰাকীয়ে৷

 

জানিব পৰামতে, ব্যক্তিগত কাৰণতে সংগীত পৰিৱেশনৰ সিদ্ধান্ত বাতিল কৰিছে ছাকিৰাই৷ ছাকিৰাৰ এই সিদ্ধান্তত হতভম্ব হৈ পৰিছে তেওঁৰ অনুৰাগীমহল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
টী-২০ মহিলা বিশ্বকাপ ২০২৬ ; বিচিচিআইএ ঘোষণা কৰিলে ভাৰতীয় দল
গংগা এক্সপ্ৰেছৱেত হাই-টেক সুৰক্ষা ব্যৱস্থা: এতিয়াৰ পৰা গাড়ী চলাওতে টোপনি আহিলে চালকক কৰিব সতৰ্ক
অসম মেঘালয় সীমান্তৰ ফুলবাৰীৰ গোমাইঝোৰাত ভয়ংকৰ পথ দূৰ্ঘটনা: থিতাতে মৃত্যু এজন বৃদ্ধাৰ
"Women Who Rally" লিডাৰশ্বিপ কোহৰ্টত স্থান লাভ গুৱাহাটীৰ নাজনীন ৰহমানৰ
ৰোহিত জৈনক ৰিজাৰ্ভ বেংকৰ নতুন ডেপুটি গভৰ্ণৰ হিচাপে নিযুক্তি
পৰিয়ালত প্ৰেমিকৰ সৈতে বিয়াৰ দাবী; মোবাইল টাৱাৰত উঠিল কিশোৰী
খুতুৰা শাকৰ আছে বহু উপকাৰী গুণ; সুস্বাস্থ্য গঢ়াত কৰে সহায়
ভাৰতক ‘নৰকৰ দুৱাৰ’ আখ্যা ট্রাম্পৰ
মহানগৰীত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; ৩যুৱতীৰ নিহত, ৩যুৱক আহত
আমেৰিকা অভিমুখে যাত্রা ড° হেমচন্দ্র গোস্বামীৰ, মাজুলীৰ চামগুৰি সত্ৰৰ মুখালৈ আন্তঃৰাষ্ট্ৰীয় সমাদৰ
ইনষ্টাগ্ৰামত লাখে লাখে কমিল ৰাঘৱ চাদ্ধাৰ অনুৰাগী
ড° অশোক কুমাৰ লাহিড়ীক নিটি আয়োগৰ উপাধ্যক্ষৰূপে নিয়োগ
AIয়ে দিব বানপানীৰ আগজাননী
দিল্লীত ভয়ংকৰ পথ দুৰ্ঘটনা: তীব্ৰবেগী বাহনৰ খুন্দাত ৪ যুৱকৰ কৰুণ মৃত্যু