--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰথমবাৰৰ বাবে ফিফা বিশ্বকাপৰ চেমিফাইনেলত উপনীত হৈছে আফ্ৰিকাৰ কোনো দেশ৷ পৰ্তুগালক কোৱাৰ্টাৰ ফাইনেলত পৰাজীত কৰি এই ইতিহাস ৰচিবলৈ সক্ষম হ’ল মৰক্কো৷ মৰক্কোৰ এই বিজয়ত উচ্চাসিত হৈ পৰিছে আৰৱৰ লোকসকল৷

প্ৰাক্তন প’ৰ্ণষ্টাৰ মিয়া খালিফাইও মৰক্কোৰ বিজয়ত আনন্দ প্ৰকাশ কৰিছে৷ লেবানীজ বংশোদ্ভূত মিয়াই এই আনন্দ প্ৰকাশ কৰি টুইট কৰিছে৷ মৰক্কোৰ পতাকাৰ স’তে কেইবাটাও বিস্ময়বিমুগ্ধ চিহ্ন দি টুইটটো কৰে তেওঁ৷

লগে লগে টুইটটো ভাইৰেল হৈ পৰে৷ মিয়াৰ অনুৰাগীসকলে মৰক্কোৰ বিজয়ত আনন্দ প্ৰকাশ কৰাৰ বিপৰীতে আন কিছু লোকে তীৰ্যক মন্তব্য কৰে৷

উল্লেখ্য যে প’ৰ্ণজগতৰ পৰা অৱসৰ লোৱাৰ পাছতে ক্ৰীড়াজগতৰ স’তে ব্যস্ত হৈ পৰিছে মিয়া৷ খেলৰ ধাৰভাষ্য দিয়া আৰম্ভ কৰিছে তেওঁ৷ খেলুৱৈসকলৰ বিভিন্ন অনুষ্ঠানতো উপস্থিত থাকে তেওঁ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক