--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাৰি বছৰৰ মূৰে মূৰে ফুটবল বিশ্বকাপ অনুষ্ঠিত কৰা হয়। কিন্তু এই নিয়ম সলনি কৰিবলৈ ইচ্ছা কৰিছে ফিফাৰ সভাপতি জিয়ান্নি ইনফাণ্টিনোৱে। তেওঁ বিচাৰে যে চাৰি বছৰৰ পৰিৱৰ্তে তিনি বছৰৰ ব্যৱধানত বিশ্বকাপ আয়োজন কৰা হওক।

কাটাৰ বিশ্বকাপৰ সফলতাৰ পাছতে ইনফাণ্টিনোৱে এই ইচ্ছা প্ৰকাশ কৰিছে। কিন্তু সম্প্ৰতি ই এটা পৰিকল্পনাৰ স্তৰতহে আছে। ফিফাৰ সদস্য দেশসমূহৰ  স’তে আলোচনা কৰাৰ পাছতহে সিদ্ধান্ত লোৱা হ’ব।

ইয়াৰ উপৰিও ক্লাব বিশ্বকাপৰো ঘোষণা কৰিছে সভাপতিগৰাকীয়ে। ২০২৫ চনৰ পৰা এই বিশ্বকাপ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে তেওঁ। ৩২ খন দেশৰ বিভিন্ন কাল্বক লৈ এই বিশ্বকাপ পতা হ’ব। কিন্তু বহুকেইটা ইউৰোপীয়া ক্লাবে ফিফাৰ এই প্ৰস্তাৱ খাৰিজ কৰিছে বুলি জানিব পৰা গৈছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement