--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেৰালাত দ্বিতীয়টো মাংকীপক্স সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে৷ কেৰালাৰ কান্নুৰৰ এজন ৩১ বছৰীয়া ব্যক্তিয়ে সোমবাৰে মাংকীপক্সৰ পৰীক্ষা কৰিছিল, আৰু পজিটিভ ফলাফল ওলোৱাত এইটো ভাৰতত এই ৰোগৰ দ্বিতীয়টো নিশ্চিত ঘটনা হৈ পৰিছে বিষয়াসকলে সদৰী কৰিছে৷

ব্যক্তিজনে ১৩ জুলাইত ডুবাইৰ পৰা উপকূলীয় কৰ্ণাটকৰ মাংগালোৰ বিমানবন্দৰত অৱতৰণ কৰিছিল। তেওঁ ৰোগৰ লক্ষণ প্ৰদৰ্শন কৰাৰ পিছত তেওঁক এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তেওঁৰ নমুনাবোৰ এনআইভি পুনেলৈ প্ৰেৰণ কৰা হৈছিল আৰু সেইবোৰ মাংকীপক্সৰ বাবে পজিটিভ পৰীক্ষা কৰা হৈছিল৷ 

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে যোৱা সপ্তাহত কোল্লাম জিলাৰ পৰা মাংকীপক্সৰ প্ৰথম নিশ্চিত ঘটনা ধৰা পৰাৰ পিছত ৰাজ্যিক স্বাস্থ্য কৰ্তৃপক্ষক জনস্বাস্থ্য ব্যৱস্থা প্ৰস্তুত কৰাত সহায় কৰিবলৈ কেৰালালৈ এটা উচ্চ-পৰ্যায়ৰ বহুমুখী দল ততাতৈয়াকৈ লৈ যোৱা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ