--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ চনৰ অস্কাৰৰ বাবে ভাৰতৰ ‘অফিচিয়েল এণ্ট্ৰি’ চূড়ান্ত হৈছে। এইবাৰ সেই ঠাইখন ল’লে দক্ষিণৰ এখন ছবি। কানাড়া পৰিচালক গিৰীশ কাছাৰৱল্লীৰ ছবি ‘২০১৮: এভৰিওন ইজ এ হিৰো’ অহা বছৰৰ অস্কাৰৰ বাবে ভাৰতে প্ৰেৰণ কৰিছে।

২০১৮ চনত দক্ষিণ ভাৰতৰ ৰাজ্য কেৰালাত ভয়াৱহ বানপানী হৈছিল। আগষ্ট মাহৰ মাজভাগৰ পৰা ৰাজ্যত বানপানী বৃদ্ধি পাবলৈ ধৰিলে। চৰকাৰী পৰিসংখ্যা অনুসৰি কেৰালাৰ ভয়ংকৰ বানত ৪৮৩ জনতকৈ অধিক নাগৰিকৰ মৃত্যু, ১৫ জন লোক নিৰুদ্দেশ। সেই ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ প্ৰেক্ষাপটত বান্ধ খাই আছে ‘২০১৮’ ছবিখনৰ চিত্ৰনাট্য। সেই ছবিখনৰ জৰিয়তে পৰিচালকে দেখুৱাইছিল যে কেনেকৈ বিপদৰ সময়ত মানুহৰ কাষত থিয় দিছিল।

ছবিখনত মালয়ালম অভিনেতা টবিনো থমাছে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। বক্স অফিচত সফলতা লাভ কৰাৰ উপৰিও ‘২০১৮’ক দৰ্শক আৰু সমালোচকে প্ৰশংসা কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক