--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মাটিত বহি খাদ্য খোৱাৰ মজা সচাকৈয়ে অতুলনীয়। কিন্তু ইয়াৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আপুনি সচেতন হয়নে? ভাৰতীয় সংস্কৃতিত  সকলো একগোট হৈ মজিয়াত বহি   খোৱাৰ পৰম্পৰাৰ কথা সকলোৱে জানে , কিন্তু যোৱা কেইটামান দশকত ডাইনিং টেবুলৰ ধাৰা বহুত বৃদ্ধি পাইছে, য’ত বহাৰ পদ্ধতি বেলেগ, বিয়া আৰু পাৰ্টিতো থিয় হৈয়ে মানুহে খাবলৈ আৰম্ভ কৰে, এনে অৱস্থাত কোনটো খোৱাৰ ধৰণ সঠিক সেয়া বুজি পোৱাটো জৰুৰী।

মাটিত বহি খোৱা কিয় উপকাৰী ? 

আমি যদি ভালদৰে বহি নাখাওঁ, তেতিয়া খাদ্যৰ হজমত ব্যাঘাত জন্মিব পাৰে আৰু আপুনি বহুতো ৰোগৰ বলি হ’ব পাৰে, এনে অৱস্থাত বেছিভাগ স্বাস্থ্য বিশেষজ্ঞই ভৰি দুখন ক্ৰছ কৰি মাটিত বহি তাৰ পাছত খোৱাৰ পৰামৰ্শ দিয়ে। এই কাম কৰিলে কি কি উপকাৰীতা আছে জানো আহক।

১/ খাদ্যৰ ওপৰত গুৰুত্ব বৃদ্ধি পাব

খাদ্য চোবাই খোৱাটো গুৰুত্বপূৰ্ণ, লগতে যদি আপুনি মজিয়াত বহি খায়, তেন্তে আপোনাৰ সমগ্ৰ মনোযোগ খাদ্যৰ ওপৰত থাকিব আৰু লগতে যদি আপুনি খাদ্যখিনি এই অৱস্থাত সঠিকভাৱে চোবাই খোৱটো সহায়ক হ'ব।  আৰু এনে কৰিলে কোষ্ঠকাঠিন্যৰো কোনো অভিযোগ নাথাকিব ।

২/ অতিমাত্ৰা খাদ্য খোৱাত বাধা

যিহেতু মাটিত বহি খাদ্য গ্ৰহণ কৰিলে খাদ্যৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়, তেতিয়া আপুনি অত্যধিক খাদ্য খোৱাৰ পৰা ৰক্ষা পৰিব। মনত ৰাখিব যে অতিমাত্ৰা খাদ্য খোৱাৰ বাবে পেট ফুলা আৰু গধুৰ হোৱাৰ অভিযোগ থাকে। যেতিয়া আপুনি প্ৰয়োজনতকৈ বেছি খাদ্য নাখাব, তেতিয়া ওজন বৃদ্ধিৰ কোনো সমস্যা নহ’ব। আপুনি মেদবহুলতাৰ পৰা হাত সাৰিব, তেন্তে হৃদৰোগ, উচ্চ বি পি হোৱাৰ সম্ভাৱনাও কমি যাব।

৩/ হাড়ৰ বিষ নাথাকিব

মাটিত ভৰি দুখন ক্ৰছ কৰি খালে আপোনাৰ মেৰুদণ্ড আৰু ডিঙি দুয়োটাই সৰ্বোত্তম ষ্ট্ৰেচ পায়, যিয়ে শৰীৰ আৰু মনক জিৰণি দিয়ে, যাৰ বাবে আপোনাৰ কঁকালৰ বিষ বা হাড়ৰ বিষ নহ’ব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ