--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে ভাৰতীয় দম্পতীৰ মৃতদেহ। লগতে তেওঁলোকৰ ৮ বছৰীয়া যমজ সন্তানৰো মৃতদেহ উদ্ধাৰ হৈছে।

মঙলবাৰে আৰক্ষীয়ে ছান মাটিও চহৰৰ এটা ফ্লেটৰ পৰা দম্পতী আৰু তেওঁলোকৰ দুই শিশু পুত্ৰ সন্তানৰ মৃতদেহ উদ্ধাৰ কৰে। তেওঁলোক কেৰালাৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, দম্পতীটো আই টি খণ্ডৰ কৰ্মী আছিল। তেওঁলোক ৯ বছৰ ধৰি আমেৰিকাত বাস কৰি আছিল। সন্তান দুটি যমজ আছিল আৰু তেওঁলোকৰ বয়স ৪ বছৰ বুলি কোৱা হৈছে।

অৱশ্যে ২০১৬ চনত তেওঁলোকে বিবাহ বিচ্ছেদৰ বাবে আবেদন জনাইছিল। কিন্তু তাৰ পিছত মহিলাগৰাকীয়ে দুটা সন্তান জন্ম দিয়ে। 

আৰক্ষীয়ে জানিবলৈ দিয়া মতে বাথৰুমৰ পৰা উদ্ধাৰ কৰে দম্পতীটোৰ গুলীবিদ্ধ মৃতদেহ। 

আৰক্ষীয়ে অনুমান কৰিছে যে শিশু দুটাক তেওঁলোকৰ খাদ্যত বিষ দি হত্যা কৰা হৈছে বা ডিঙি চেপি হত্যা কৰা হৈছে। ঘটনা সন্দৰ্ভত এতিয়াও তদন্ত অব্যাহত আছে।

মৃত লোকজনৰ নাম আনন্দ সুজিত হেনৰী(৪২) আৰু তেওঁৰ পত্নীৰ নাম এলিছ প্ৰিয়ংকা(৪০)। সন্তান দুটিৰ নাম নুহ আৰু নীথন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ