--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অশ্বিনী বৈষ্ণৱে আজি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰে। অনুষ্ঠানত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি বৈষ্ণৱে কয় যে প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ দৰিদ্ৰ লোকসকলৰ উন্নতিৰ বাবে সমৰ্পিত। 

মন্ত্ৰীগৰাকীয়ে ৩ কোটি গ্ৰাম্য আৰু নগৰীয়া গৃহ নিৰ্মাণৰ বাবে কালি কেবিনেটে লোৱা সিদ্ধান্তৰ কথা দোহাৰে আৰু কয় যে চৰকাৰৰ প্ৰথম দিনা কেবিনেটৰ প্ৰথমটো সিদ্ধান্ত দৰিদ্ৰ লোকসকলৰ সৱলীকৰণৰ বাবে সমৰ্পিত। 

তেওঁ লগতে কয় যে চৰকাৰে দেশৰ জনসাধাৰণৰ সেৱা অব্যাহত ৰাখিব।তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী হিচাপে কাম কৰাৰ এই সুযোগ দিয়াৰ বাবে প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে। বৈষ্ণৱক মন্ত্ৰালয়ৰ সচিব সঞ্জয় জজু আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ লগতে মন্ত্ৰালয়ৰ মিডিয়া গোটৰ সদস্যসকলে আদৰণি জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ