--°C
Loading...
Listen to Article
2 min read
80%

মেষ ৰাশি : মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মক্ষেত্ৰ শুভ হ’ব। কিন্তু আজি আপুনি সজাগ নহ’লে ভ্ৰমণত সামান্য কষ্ট পাব পাৰে লগতে আজি আপুনি ঘৰখনৰ প্ৰতি গুৰুত্ব দিব।

বৃষ ৰাশি : বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত বিবাদ নিষ্পত্তি হ’ব, সামাজিক কৰ্মত জড়িত হোৱাৰ সুযোগ পাব। আজি আপুনি নিজৰ ঘৰৰ খনৰ ওপৰত সকলো দিশতে সজাগ হোৱাটো ভাল হ’ব।

মিথুন ৰাশি : মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো আৰ্থিক দিশত শুভ হ’ব। কিন্তু আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বাঢ়িব পাৰে লগতে আজি আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ’ব।

কৰ্কট ৰাশি : কৰ্কত ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ’ব। কিন্তু আজি আপুনি সজাগ নহ’লে মনৰ আশা ভংগ হ’ব পাৰে লগতে লগতে কৰ্মত সামান্য কষ্ট হোৱাৰ যোগ দেখা যায়।

সিংহ ৰাশি : সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ধন আৰু সন্মান লাভ হ’ব। মনত ভক্তি ভাব বাঢ়িব, কিন্তু আজি আপুনি সজাগ নহ’লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰা যোগ দেখা যায়।

কন্যা ৰাশি : কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ৰোগাৰোগ্য হ’ব, কৰ্মক্ষেত্ৰত মনত আনন্দ বাঢ়িব। কিন্তু আজি আপুনি সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

তুলা ৰাশি : তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত সামান্য চিন্তা বাঢ়িব। লগতে আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰ সামান্য জটিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

বৃশ্চিক ৰাশি : বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, দ্ৰব্যলাভ হ’ব। কিন্তু আজি আপুনি সজাগ নহ’লে মনত আশা ভংগ হোৱাৰ যোগ দেখা যায়।

ধনু ৰাশি : ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মতক্ষেত্ৰত সন্মান লাভ হ’ব। কিন্তু আজি আপুনি সজাগ নহ’লে সামান্য খৰচ বাঢ়িব পাৰে লগতে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।

মকৰ ৰাশি : মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত যোগাযোগ হ’ব। কৰ্মপ্ৰেৰণা লাভ হ’ব। লগতে কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি পোৱাৰ যোগ দেখা যায়।

কুম্ভ ৰাশি : কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত ধন লাভ হ’ব। সন্মান লাভ হ’ব। মনত ভক্তিভাব বাঢ়িব। কিন্তু আজি আপোনাৰ দেহত সামান্য এলাহ ভাব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

মীন ৰাশি : মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব। উত্তম ভোজন লাভ হ’ব। লগতে মনত শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
সাত বছৰৰ দীঘলীয়া বিৰতিৰ অন্তত নতুন উদ্যমেৰে ট্ৰেক এণ্ড ফিল্ডলৈ উভতিবলৈ সাজু হিমা দাস
৫২ বছৰত বিশ্বজুৰি হ্ৰাস ৭৩% বন্যপ্রাণী! ইয়াৰ মাজতে আশাৰ ৰেঙনি দেখুৱাইছে ভাৰতে
এবছৰে কাৰাবন্দী হৈ আজি মুকলি আকাশৰ তললৈ অমৃতপ্ৰভা মহন্ত
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
জিলিকি থকা ছাল পাবলৈ কি কৰিব লাগে?
নামৰূপৰ বিশিষ্ট সমাজকৰ্মী মিনাৰাম চুতীয়ালৈ বাবা চাহেব বি. আৰ আম্বেদকাৰ বঁটা
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে
বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ পৰলোক প্ৰাপ্তি
ভাৰতীয় মহিলা দলৰ অধিনায়কৰ পদ এৰিলে হৰমনপ্রীত কৌৰে