--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 
মঙলবাৰ, ২৪ জানুৱাৰী,২০২৩
মেষ ৰাশি -  মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত দ্ৰব্য লাভ হ'ব৷  কৰ্মত সজাগ নহলে মনটো সামান্য অস্থিৰ হ'ব পাৰে। 

বৃষ ৰাশি - বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব৷ সজাগ নহলে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে৷ সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা য়ায।

মিথুন ৰাশি - মিথুন ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত সামাজিক কৰ্মত প্ৰতিষ্ঠা লাভ কৰিব৷ কৰ্মত আৰু ব্যৱসায়ত উন্নতি হ'ব৷ সজাগ নহলে ভ্ৰমণত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায় ।বন্ধুৰ পৰা সহায় লাভ৷ 

কৰ্কট ৰাশি - কৰ্কট ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত শিল্পী সকলৰ শুভ হ'ব৷ সজাগ নহলে কৰ্মক্ষেত্ৰ সামান্য জটিলতা বাঢ়িব পাৰে৷ প্ৰেমত কন্দল৷

সিংহ ৰাশিৰ - সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত দাম্পত্য জীৱনত শুভ হ'ব৷ কৰ্মত শুভ, প্ৰেমত শুভ হ'ব৷ আপোনাৰ মনত সামান্য খং আৰু অভিমানভাৱ  বৃদ্ধি হোৱাৰ যোগ দেখা যায়।নতুন যোগাযোগ৷ 

কন্যা ৰাশি - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  শুভ সংবাদ লাভ হ'ব৷ প্ৰেমত শুভ ।চকুৰ যত্ন ল’ব৷ 

তুলা ৰাশি - তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত ক্ষেত্ৰত আনৰ সহায় সহযোগিতা লাভ কৰিব৷ আপোনাৰ মনত সামান্য স্বাৰ্থপৰতাৰ  ভাৱ বাঢ়িব পাৰে লগতে আজি পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব। বিবাহৰ সংযোগ৷ 

বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সৎ বন্ধু লগ পাব৷ কৰ্মত আনৰ সহায় সহযোগিতা লাভ হ'ব৷ আপোনাৰ মনত আনন্দ বৃদ্ধি  হোৱাৰ যোগ দেখা যায় । ধন আহিব৷ 

ধনু ৰাশি - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ৷ যদিও আজি আপুনি সজাগ নহলে কৰ্মত সামান্য কষ্ট পাব পাৰে৷  আত্মীয়ৰ পৰা সহায় পাব৷ 

মকৰ ৰাশি - মকৰ ৰাশি জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সফল৷ আজি কৰ্মত আৱেগিকভাৱে কোনো সিদ্ধান্ত নলৱ। শিঙাল জন্তুৰ পৰা সাৱধানে থাকিব৷   

কুম্ভ ৰাশি- কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত আয় বাঢ়িব যদিও আজি আপুনি সজাগ নহলে মনত সামান্য চিন্তা বাঢ়িব লগতে আজি আপুনি সকলো দিশতে সজাগ হব। চকু-কাণৰ যত্ন ল’ব৷ 

মীন ৰাশি - মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ৷ ব্যৱসায় দিশত শুভ যদিও আজি খৰছৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ'ব। প্ৰেমত ভুল বুজা-বুজি৷ 







FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব