--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুই থকা অৱস্থাত সপোন দেখাটো সাধাৰণ কথা। সপোন শাস্ত্ৰত সপোনৰ বহুত গুৰুত্ব আছে। সপোন শাস্ত্ৰৰ মতে কিছুমান সপোনত শুভ ফল পোৱা যায় আৰু কিছুমানে অশুভ ফলৰ ইংগিত দিয়ে। এনে বহুতো সপোন আছে, যিবোৰ আমি প্ৰায়ে দেখো কিন্তু আমি তাৰ অৰ্থ নাজানো। এই সপোনবোৰ মনত প্ৰশ্ন হৈয়েই থাকে। আজি আমি আপোনাক এনে কিছুমান সপোনৰ বিষয়ে ক'ম যিয়ে আপোনাৰ ভাগ্য সলনি কৰিব পাৰে।

সোণৰ আঙঠি পিন্ধা মানুহ সপোনত দেখিলে তেওঁ অতি সোনকালে জীৱনসংগী লাভ কৰে। ইয়াৰ লগতে কোনোবাই যদি সপোনত চাকোৰ(Chukar) চৰাই দেখা পায়, তেন্তে তেওঁৰ ভাগ্য জিলিকিবলৈ বেছি সময় নালাগে। এনে এজন ব্যক্তিয়ে কেৱল এজন ভাল জীৱনসংগী পোৱাই নহয় তাৰ লগতে বহু টকাও পায়।

আনহাতে, যদি আপুনি সপোনত খেলপথাৰ দেখা পায় তেন্তে ই আপোনাৰ বাবে এক শুভ লক্ষণ। কিছু ভাল খবৰ শুনা পাব পাৰে। যদি আপুনি সপোনত শংখৰ শব্দ শুনিছে বা শংখ দেখিছে, তেন্তে ইয়াৰ পৰা বুজা যায় যে আপুনি সোনকালে টকা পাব। 

যদি আপুনি সপোনত ক’ৰবালৈ গৈ আছে আৰু বাটত সাজি-কাচি থকা, ৰঙা শাৰী পিন্ধি কোনো মহিলাৰ আবিৰ্ভাৱ হয়, তেন্তে ই ইংগিত দিয়ে যে মহালক্ষ্মীৰ আশীৰ্বাদ আপোনাৰ ওপৰত আছে।

যদি সপোনত মাছ দেখা যায় তেন্তে ইয়াক শুভ বুলি গণ্য কৰা হয়। সপোনত মাছ দেখাৰ অৰ্থ হ’ল হয়তো সোনকালে ভাল খবৰ শুনিবলৈ পাব। ইয়াৰ দ্বাৰা এটা নতুন কামৰ আৰম্ভণিৰ ইংগিতো পোৱা যায়। সপোনত সোণালী ৰঙৰ মাছ দেখিলে মৰম আৰু সন্মান লাভ কৰাৰ ইংগিত দিয়ে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিলাসীপাৰাত ধনৰ লোভত নাবালিকা কন্যাক বিয়া দিবলৈ চেষ্টা কৰাৰ অভিযোগ; নিজ পিতৃৰ বিৰুদ্ধে এজাহাৰ কন্যাৰ
কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা; তীব্ৰবেগী ট্ৰেভেলাৰ আৰু ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষত ২৩ জনৰ মৃত্যু
চিকিৎসকৰ চমৎকাৰ! জন্মৰ এমাহৰ পাছতে অস্ত্ৰোপচাৰৰ জৰিয়তে পিঠিৰ পৰা সংযুক্ত হৈ থকা যমজ ভাতৃক কৰিলে পৃথক
বাটতে ৰৈ আছিল যমদূত; ভয়ংকৰ পথ দুৰ্ঘটনাত পতি-পত্নী আৰু কণমানি দুই সন্তানৰ মৃত্যু
নাটকীয়ভাৱে দৃশ্যপট সলনি হৈছে বিহাৰৰ ৰাজনীতিত! ফাঁট মেলিছে শাসক মিত্রজোঁট NDAত
IPLৰ দল বৃদ্ধি নহয়; স্পষ্ট কৰিলে BCCIৰ সচিব দেৱজিৎ শইকীয়াই
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী