--°C
Loading...
Listen to Article
2 min read
80%
মেষ : ব্যৱসায়ৰ ক্ষেত্ৰত ভাল লাভৰ সম্ভাৱনা আছে। ভালপোৱা মানুহক জীৱনৰ প্ৰতিটো পদক্ষেপত কাষত পাব। স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখিব লাগিব। কৰ্মক্ষেত্ৰত সন্মানিত হ'ব।

বৃষ : ব্যৱসায় ভালে চলিব। আজি ভাগ্য আপোনাৰ প্ৰতি সদয় হ’ব। কোনো নতুন কামৰ সুযোগ আহিব পাৰে। শৰীৰৰ বাবে কিছু অশান্তি ভুগিব পাৰে।

মিথুন : কঠোৰ পৰিশ্ৰমৰ বাবে প্ৰশংসা আৰু পুৰস্কাৰ লাভ কৰিব। জীৱনৰ প্ৰতিটো ক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা আছে। প্ৰেমৰ ক্ষেত্ৰতো ভাল আজিৰ দিনটো।

কৰ্কট : আজিৰ দিনটোত শৰীৰৰ সুস্থতাৰ যোগ। কোনোকাৰণত মানসিক অশান্তি হব পাৰো পাৰিবাৰিক আৰু প্রেম-প্রীতিত শুভ কাৰক। আর্থিক, বাণিজ্য আৰু কৰ্মত সামান্য উন্নতিহব।

সিংহ : শিক্ষার্থী সকলৰ শুভ। শিল্পীৰ অশাস্তিৰ মাজতেই কিছু উন্নয়নমূলক কামত আগবাঢ়িব। ৰাজনীতিক আৰু সমাজকর্মী নতুন লাভজনক কামত লাগিব।

কন্যা : আজিৰ দিনটো শৰীৰৰ বাবে শুভ কাৰক, ৰোগৰ উপশম হোৱাৰ যোগ। মনৰ কিছু অশান্তি হ’ব পাৰে। শিক্ষার্থীৰ উচ্চ শিক্ষাত কিছু অশান্তি হ’ব।

তুলা : কৰ্মক্ষেত্ৰত দীৰ্ঘদিন ধৰি একেই কাম কৰিছে বুলি বিৰক্ত হ’ব পাৰে। ৰাজনীতিক আৰু সমাজকর্মী নতুন লাভজনক কামত লাগিব। শিক্ষার্থীৰ শুভ।

বৃশ্চিক : কৰ্মক্ষেত্ৰত পৰিকল্পনাৰ অভাৱত অশান্তি পাব। আর্থিক, বাণিজ্য আৰু কৰ্মত বাধাৰ মাজতো লাভৰ যোগ । মনৰ কিছু অশান্তি হ’ব পাৰে। শিক্ষার্থীৰ উচ্চ শিক্ষাত কিছু অশান্তি হ’ব।

ধনু : কৰ্মক্ষেত্ৰত আজি ফল লাভ কৰিব। সন্মান বৃদ্ধিৰ যোগ। ব্যৱসায়তো ভাল সুযোগ পাব পাৰে। মনৰ কিছু অশান্তি হ’ব পাৰে। শিক্ষার্থীৰ উচ্চ শিক্ষাত কিছু অশান্তি হ’ব।

মকৰ : আপুনি কোনো বিনিয়োগত দ্ৰুত লাভ বিচাৰিছে যদি সেই কামত সফল হ’ব। আর্থিক, বাণিজ্য আৰু কৰ্মত সামান্য উন্নতি হব। কিন্তু শৰীৰ বৰ এটা ভালে নাযাব।

কুম্ভ : কম সময়ত কোনো ডাঙৰ সিদ্ধান্ত ল’ব লাগিব পাৰে। পাৰিবাৰিক সমস্যাই দেখা দিব পাৰে। শিক্ষাৰ্থীসকলৰ ভালে যাব আজিৰ দিনটো। আৰ্থিকত লাভ।

মীন : সম্পৰ্কত কিছু অশান্তিৰ সৃষ্টি হ’ব পাৰে। শিক্ষার্থীৰো উচ্চ শিক্ষাত কিছু অশান্তি হ’ব। আজি কৰ্মত সফলতা পাবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। প্ৰেম আৰু পাৰিবাৰিকত শুভ।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক