--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কাৰোবাক লগ পাওঁতে বা কথা পাতি থাকোঁতে যদি আপোনাৰ মুখৰ পৰা বা সন্মুখৰ ব্যক্তিজনৰ মুখৰ পৰা বেয়া গোন্ধ আহে, তেতিয়া আপুনি লাজ অনুভৱ কৰে। লগতে সন্মূখৰ ব্যক্তিজনৰ প্ৰতি এটি সংকোচৰ ভাব আহে।  যদি কেতিয়াবা এই সমস্যা হয়, তেন্তে পানী কম খোৱাৰ বাবে বা ভোকত থকাৰ বাবেও হ’ব পাৰে। কিন্তু যদি আপুনি এই সমস্যাৰ সৈতে বেছিভাগেই যুঁজি আছে তেন্তে ইয়াৰ চিকিৎসা কৰাটো প্ৰয়োজনীয়। ইয়াৰ চিকিৎসাৰ বাবে আজি আমি আপোনালোকক ক'ম কিছুমান ঘৰুৱা উপায় যাৰ দ্বাৰা আপুনি ঘৰতে থাকি মুখৰ দুৰ্গন্ধৰ পৰা মুক্তি পাব পাৰে।

মুখৰ পৰা ওলোৱা বেয়া গোন্ধটো যিমানেই পুৰণি নহওক কিয়, মধুৰিআমৰ পাতে লগে লগে আঁতৰাই পেলায়। মাত্ৰ মধুৰিআমৰ কোমল পাত ধুই চোবাই খাব লাগে, চোবাই খোৱাৰ লগে লগে মধুৰিআমৰ পাতৰ ৰসে মুখৰ পৰা বেয়া গোন্ধ আঁতৰাই পেলাব। এবাৰ ঘৰতে এই ৰেচিপিটো চেষ্টা কৰিব পাৰিব। মনত ৰাখিব এটা সময়ত মাত্ৰ ৩ৰ পৰা ৪টা পাতহে চোবাই খাব লাগে। দৈনিক এই কামটো কৰি এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি।

প্ৰায়ে বহুতৰে মুখৰ দুৰ্গন্ধ হয়, কিন্তু এই গোন্ধৰ পৰা আপুনি কেৱল ঘৰুৱা সামগ্ৰীৰেহে সকাহ পাব পাৰে। মনত ৰাখিব যে সৰ্বাধিক পৰিমাণৰ পানী খাব লাগে। ইয়াৰ বাহিৰেও যিমান পাৰি গ্ৰীণ টি ব্যৱহাৰ কৰক। গ্ৰীণ টি বেছিভাগ বস্তুৰ বাবে উপকাৰী। গ্ৰীণ টি গ্ৰহণ কৰিলে শৰীৰটো ফিট হৈ থাকে। এটা কথা মনত ৰাখিব যে এইসমূহ প্ৰতিকাৰৰ দ্বাৰাও যদি আপোনাৰ মুখৰ বেয়া গোন্ধ আতৰি যোৱা নাই তেন্তে এবাৰ চিকিৎসকৰ লগত পৰীক্ষা কৰিব লাগিব। বেয়া গোন্ধৰ বাবে আপোনাৰ দাঁতৰো ক্ষতি হব পাৰে। সেইবাবেই এবাৰ ডাক্তৰৰ লগত পৰীক্ষা কৰক আৰু সমস্যাটোৰ সমাধান পাওক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক